প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ আগষ্ট ২০২৪

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ অক্টোবৰ ৭–নৱেম্বৰ ১০, ২০২৪.

অধ্যয়নৰ লেখ ৩১

যিহোৱাই আমাক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ কি কৰিলে?

২০২৪ চনৰ অক্টোবৰ ৭-১৩-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

পাঠকসকলৰ প্ৰশ্ন

২ থিচলনীকীয়া ৩:১৪ পদৰ অনুসৰি কাৰোবাৰ ওপৰত দৃষ্টি ৰখাৰ নিৰ্ণয় প্ৰাচীনসকলৰ সমিতিয়ে লোৱা উচিত নে প্ৰচাৰকে?

অধ্যয়নৰ লেখ ৩২

সকলো লোকে অনুতাপ কৰাটো যিহোৱাই বিচাৰে!

২০২৪ চনৰ অক্টোবৰ ১৪-২০-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৩৩

পাপ কৰা লোকসকলৰ প্ৰতি যিহোৱাৰ দৰে দৃষ্টিভংগী ৰাখক

২০২৪ চনৰ অক্টোবৰ ২১-২৭-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৩৪

পাপ কৰা লোকসকলৰ লগত প্ৰেম আৰু দয়াৰে ব্যৱহাৰ কৰক

২০২৪ চনৰ অক্টোবৰ ২৮–নৱেম্বৰ ৩-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৩৫

মণ্ডলীৰ পৰা বাহিৰ কৰা লোকসকলক সহায় কৰক

২০২৪ চনৰ নৱেম্বৰ ৪-১০-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

আপোনাৰ বাবে এটা বাৰ্তা

এই খণ্ডত আমি পাঁচটা অধ্যয়ন লেখৰ ওপৰত আলোচনা কৰিম আৰু জানিবলৈ পাম যে যিহোৱাই পাপ কৰা লোকসকলক কেনে দৃষ্টিৰে চাই আৰু তেওঁলোকক কেনেকৈ সহায় কৰে। আমি এয়াও জানিবলৈ পাম যে আমি যিহোৱাৰ দৰে সেই লোকসকলক কেনেকৈ প্ৰেম, কৰুণা আৰু দয়া দেখুৱাব পাৰোঁ।