প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ এপ্ৰিল 2020

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ জুন ১–জুলাই ৫, ২০২০-ৰ বাবে হয়।

উত্তৰৰপৰা আক্ৰমণ!

অধ্যয়নৰ লেখ ১৪: জুন ১-৭, ২০২০. যোৱেল ১ আৰু ২ অধ্যায়ৰ বুজাবুজি সলনি কৰাৰ কি চাৰিটা কাৰণ আছে?

প্ৰচাৰ এলেকাৰ বিষয়ে আপোনালোকৰ দৃষ্টিভংগী কি?

অধ্যয়নৰ লেখ ১৫: জুন ৮-১৪, ২০২০. আমি যিসকল লোকক লগ পাওঁ তেওঁলোকৰ বিশ্বাস, আগ্ৰহ আৰু ক্ষমতাক বিবেচনা কৰিবলৈ আমি কেনেকৈ যীচু আৰু পাঁচিন পৌলক অনুকৰণ কৰিব পাৰোঁ।

শুনক, জানক আৰু সহানুভূতি দেখুৱাওক

অধ্যয়নৰ লেখ ১৬: জুন ১৫-২১, ২০২০. যিহোৱাই প্ৰেমেৰে যোনা, এলিয়া, হাগাৰ আৰু লোটক সহায় কৰিছিল। চাওক যে আনৰ লগত ব্যৱহাৰ কৰাৰ সময়ত আমি কেনেকৈ যিহোৱাক অনুকৰণ কৰিব পাৰোঁ।

“মই তোমালোকক বন্ধু বুলিলোঁ”

অধ্যয়নৰ লেখ ১৭: জুন ২২-২৮, ২০২০. আমি যীচুৰ লগত ঘনিষ্ট বন্ধুত্ব গঢ়ি তুলিবলৈ আৰু তাক বজাই ৰাখিবলৈ সমস্যাৰ সন্মুখীন হওঁ। কিন্তু আমি সেই সমস্যাবোৰ পাৰ কৰিব পাৰোঁ।

‘শেষলৈকে দৌৰি থাকক’

অধ্যয়নৰ লেখ ১৮: জুন ২৯–জুলাই ৫, ২০২০. বৃদ্ধ আৰু বেমাৰৰ সত্ত্বেও আমি কেনেকৈ জীৱনৰ দৌৰত জয়লাভ কৰিব পাৰোঁ?