প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ চেপ্টেম্বৰ ২০২৪

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ নৱেম্বৰ ১১–ডিচেম্বৰ ৮, ২০২৪.

অধ্যয়নৰ লেখ ৩৬

“বাক্য পালন কৰোঁতা হোৱা”

২০২৪ চনৰ নৱেম্বৰ ১১-১৭-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৩৭

শেষলৈকে ধৈৰ্য্য ধৰিবলৈ সহায় কৰা এখন চিঠি

২০২৪ চনৰ নৱেম্বৰ ১৮-২৪-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

জীৱন কাহিনী

যিহোৱাৰ সেৱাত বহুতো আশীৰ্বাদ পালোঁ

ভাই আন্দ্ৰে ৰামচেয়াৰে ৭০ বছৰৰ পৰা পূৰ্ণ সময়ৰ সেৱা কৰি আছে। এই সময়ছোৱাত তেওঁ বেলেগ বেলেগ দায়িৱ পালন কৰিলে। কিন্তু তেওঁ কি কি সমস্যা সন্মুখীন হʼবলগীয়া হʼল আৰু তেওঁ যিহোৱাক নিজৰ জীৱনত কেনেকৈ প্ৰথম স্থান দিব পাৰিলে?

পাঠকসকলৰ প্ৰশ্ন

যেতিয়া যীচুৱে প্ৰভুৰ ভোজ আৰম্ভ কৰিছিল, তেতিয়া সেই ৭০ জন শিষ্য কʼত আছিল, যিসকলক যীচুৱে প্ৰচাৰ কৰিবলৈ পঠিয়াইছিল? তেওঁলোকে যীচুক এৰি দিছিল নে?

অধ্যয়নৰ লেখ ৩৮

যীচুৱে দিয়া উদাহৰণৰ পৰা আপুনি কি শিকিব পাৰে?

২০২৪ চনৰ নৱেম্বৰ ২৫–ডিচেম্বৰ ১-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৩৯

আনক দিলে বহুত আনন্দ পোৱা যায়

২০২৪ চনৰ ডিচেম্বৰ ২-৮-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

শিকাৰ উদ্দেশ্যেৰে অধ্যয়ন কৰক

ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ত আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱাই আমাক কি শিকাব বিচাৰে?