Skip to content

Skip to table of contents

বিষয়ৰ সূচীপত্ৰ—প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! ২০২৩

বিষয়ৰ সূচীপত্ৰ—প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! ২০২৩

যিটো সংখ্যাত লেখ আহিছিল, সেই সংখ্যাটো দিয়া হৈছে

প্ৰহৰীদুৰ্গৰ অধ্যয়ন সংস্কৰণ

খ্ৰীষ্টান জীৱন আৰু গুণ

  • মদৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী, ডিচেম.

  • চকুৰে নেদেখাৰ সত্ত্বেও ভাই-ভনীৰ প্ৰেম দেখিলে, ফেব্ৰু.

  • যেতিয়া সংগীয়ে পৰ্ণগ্ৰাফী চায়, তেতিয়া কি কৰিম? আগষ্ট

আপুনি জানেনে?

  • প্ৰাচীন বাবিলত যিবোৰ ইটা পোৱা গৈছিল আৰু সেইবোৰ যিদৰে বনোৱা হৈছিল, তাৰ পৰা বাইবেলত লিখা কথাবোৰ সঁচা হয় বুলি কেনেকৈ প্ৰমাণ হয়? জুলাই

যিহোৱাৰ সাক্ষী

  • ১৯২৩—এশ বছৰৰ আগত, অক্টো.

  • কৰুণা দেখুৱাই লোকসকলক সহায় কৰক, ডিচেম.

  • হুলদা নিজৰ লক্ষ্যত উপনিত হʼল, নবে.

জীৱন কাহিনী

  • যিহোৱাৰ ওপৰত ভৰসা কৰি প্ৰকৃত সুৰক্ষা পালোঁ (ইজ্ৰায়েল ইটাজবী), নবে.

  • যিহোৱাই বিশ্বাসীলোকক বহুতো আশীৰ্বাদ দিয়ে (ৰৰ্বাট লেনডিচ), ফেব্ৰু.

  • যিহোৱাৰ সেৱাত পালোঁ আনন্দ আৰু নতুন শিক্ষা (ৰেইনʼ কেছক), জুন

  • এজনে-আনজনৰ প্ৰতি আগ্ৰহ দেখুৱালে বহুতো আশীৰ্বাদ পোৱা যায় (ৰচল ৰীড), জুলাই

পাঠকসকলৰ প্ৰশ্ন

  • যীচুৰ জন্মৰ পাছত যোচেফ আৰু মৰিয়মে নিজৰ ঘৰলৈ উভতি যোৱাৰ পৰিৱৰ্তে বৈৎলেহেমতে কিয় থাকি গৈছিল? জুন

  • অৰণ্যত ইস্ৰায়েলীসকলৰ ওচৰত খাবলৈ মান্না আৰু বটা চৰাইৰ উপৰিও আৰু কিবা আছিলনে? অক্টো.

  • জুন ২০২০ চনৰ প্ৰহৰীদুৰ্গৰ “তোমাৰ নাম পূজনীয় হওক” নামৰ লেখখনত যিহোৱাৰ নাম আৰু তেওঁ শাসন কৰাৰ অধিকাৰৰ বিষয়ে আমাৰ বুজাবুজিত কি সাল-সলনি কৰা হৈছিল? আগষ্ট

  • ৰূথ ৪:১ পদত যি “মুক্তিকৰ্ত্তাৰ” বিষয়ে উল্লেখ কৰা হৈছে। তেওঁ এইদৰে কিয় কৈছিল যে তেওঁ ৰূথক বিয়া পাতিলে, তেওঁৰ নিজ অধিকাৰ “হানি” হʼব? (ৰূথ ৪:৬), মাৰ্চ

অধ্যয়নৰ লেখ

  • আপুনি মহাক্লশেৰ বাবে সাজু আছেনে? জুলাই

  • আপুনি আজ্ঞা মানিবলৈ সাজু আছেনে? অক্টো.

  • বাপ্তিষ্মাৰ বাবে কেনেকৈ সাজু হʼব লাগে? মাৰ্চ

  • ঈশ্বৰৰ বাক্য সম্পূৰ্ণ সত্য হয় বুলি ভৰসা ৰাখক, জানু.

  • ‘থিৰ আৰু অলৰ হৈ থাকা,ʼ জুলাই

  • নতুন মন কৰক! জানু.

  • “তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব” মাৰ্চ

  • কি লৈ দৌৰিম আৰু কিহক পেলাই দিম? আগষ্ট

  • জীৱন ঈশ্বৰে দিয়া উপহাৰ, ইয়াৰ প্ৰতি কৃতজ্ঞ হওক, ফেব্ৰু.

  • যিহোৱাৰ মহান লাক্ষণিক মন্দিৰত উপাসনা কৰিবলৈ বিশেষ সুযোগ পোৱাৰ বাবে কৃতজ্ঞ হওক, অক্টো.

  • সদায় ঈশ্বৰলৈ ভয় ৰাখি আশীৰ্বাদ লাভ কৰক, জুন

  • সদায় ধৈৰ্য্যেৰে কাম কৰক, আগষ্ট

  • প্ৰাচীনসকল, গিদিয়োনৰ পৰা শিকক, জুন

  • সভাত এজনে-আনজনক উৎসাহিত কৰক, এপ্ৰিল

  • আমাৰ আশা কল্পনা নহয়! ডিচেম.

  • ঈশ্বৰৰ বাক্যৰ দীঘল, বহল, দ আৰু ওখৰ বিষয়ে জানক, অক্টো.

  • ভাল ব্যক্তি হʼবলৈ বিশ্বাসেৰে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ, ডিচেম.

  • বাইবেল পঢ়ক আৰু সম্পূৰ্ণৰূপে লাভৱান হওক, ফেব্ৰু.

  • ‘যিহোৱাই তোমালোকক বলৱন্ত কৰিব,’ অক্টো.

  • যিহোৱাই কৰা নতুন পৃথিৱীৰ প্ৰতিজ্ঞাত নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ? এপ্ৰিল

  • যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে? মেʼ

  • যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বুলি গেৰেন্টি দিছে, নবে.

  • এজনে-আনজনৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াব পাৰোঁ? নবে.

  • যিহোৱাৰ দৰে সঠিক চিন্তাধাৰা ৰাখক, জুলাই

  • আপুনি কেনেকৈ ভালদৰে প্ৰাৰ্থনা কৰিব পাৰে? মে

  • স্মৰণীয় দিনৰ পৰিশ্ৰমত যিহোৱাৰ আশীৰ্বাদ, জানু

  • যিহোৱাই আপোনাক সফলতা দি আছে, জানু

  • হঠাতে সমস্যা আহিলেও যিহোৱাই আপোনাক চম্ভালিব! এপ্ৰিল

  • প্ৰেম বঢ়াই থাকক, জুলাই

  • যিহোৱাৰ দিনৰ বাবে সাজু থাকক, জুন

  • ‘যিহোৱাৰ অগ্নি-শিখাʼ কম হʼবলৈ নিদিব, মেʼ

  • ‘পবিত্ৰ আলিতʼ গৈ থাকক,” মেʼ

  • “সচেতন হোৱা, পৰ দি থাকা,” ফেব্ৰু.

  • বাইবেলৰ ভৱিষ্যতবাণীৰ পৰা শিকক, আগষ্ট

  • দানিয়েলৰ উদাহৰণৰ পৰা শিকক, আগষ্ট

  • সৃষ্টিক চাই যিহোৱাৰ বিষয়ে শিকক, মাৰ্চ

  • পিতৰৰ দুখন চিঠিৰ পৰা পোৱা শিক্ষা, চেপ্টেম.

  • কোমল স্বভাৱ আপোনাৰ দুৰ্বলতা নহয়, শক্তিহে, চেপ্টেম.

  • পিতৰৰ দৰে হাৰ নামানিব! চেপ্টেম.

  • চিমচোনৰ দৰে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰক, চেপ্টেম.

  • “খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে,” জানু.

  • সৃষ্টিৰ পৰা লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাওক, মাৰ্চ

  • যীচুৰ চমৎকাৰবোৰৰ পৰা আমি কি শিকিব পাৰোঁ? এপ্ৰিল

  • বাইবেলে ইয়াৰ লেখকৰ বিষয়ে কি কয়? ফেব্ৰু.

  • বাপ্তিষ্মা কিয় লোৱা উচিত? মাৰ্চ

  • যিহোৱালৈ কিয় ভয় ৰাখিব লাগে? জুন

  • যিহোৱাই মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিব নে? নবে.

  • আপুনি নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব, মেʼ

  • কঠিন পৰিস্থিতিত যিহোৱাই সহায় কৰিব বুলি বিশ্বাস ৰাখক, নবে.

  • ডেকা ভাইসকল, পৰিপক্ক খ্ৰীষ্টান হওক! ডিচেম.

  • কিশোৰ-কিশোৰীসকল, আপোনালোকে কেনেধৰণৰ জীৱন জীয়াই থকাটো বিচাৰে? চেপ্টেম.

  • যুৱতী ভনীসকল, পৰিপক্ক খ্ৰীষ্টান হওক! ডিচেম.

  • “তোমাৰ ভায়েৰা পুনৰায় উঠিব”! এপ্ৰিল

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

  • আপুনি কোনো বাইবেল পদৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) দিয়া তথ্যৰ পৰা লাভৱান হৈছেনে? এপ্ৰিল

  • লʼৰা-ছোৱালীৰ বাবে উত্তম শিক্ষা (jw.org), চেপ্টেম.

  • মূখ্য পেজত অহা লেখবোৰ কেনেকৈ বিচাৰিম? (jw.org), ফেব্ৰু.

  • যিহোৱাৰ বিষয়ে আধ্যাত্মিক ৰত্ন বিচাৰক (যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী ) বা অনুসন্ধান গাইড), আগষ্ট

  • আমাৰ বুজাবুজিত হোৱা সাল-সলনিৰ বিষয়ে কʼৰ পৰা জানিব পাৰিম? (যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী ) বা অনুসন্ধান গাইড ), অক্টো.

  • “উপাসনাৰ গীতবোৰ” মুখস্থ কৰক (jw.org), নবে.

  • ভাই-ভনীসকলৰ জীৱন কাহিনী, জানু.

  • ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী , মেʼ

  • প্ৰহৰীদুৰ্গত অহা আন লেখবোৰ (JW লাইব্ৰেৰী ), জুন

  • প্ৰথমে কি অধ্যয়ন কৰিম? জুলাই

  • “নতুন কি আছে” ভাগ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? (JW লাইব্ৰেৰী আৰু jw.org), মাৰ্চ

জনসাধাৰণৰ বাবে প্ৰহৰীদুৰ্গ

  • সুস্থ মন—বাইবেলৰ পৰা সহায় (হিন্দী), নং ১

সচেচন থাকক!

  • আমাৰ পৃথিৱীখন ৰক্ষা পৰিব নে? আশাৰ কাৰণ, নং ১