প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ নবেম্বৰ ২০২৪

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ জানুৱাৰী ৬–ফেব্ৰুৱাৰী ২, ২০২৫.

অধ্যয়নৰ লেখ ৪৪

অন্যায় হʼলে কি কৰিব?

২০২৫ চনৰ জানুৱাৰী ৬-১২-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪৫

বিশ্বাসীসকলে যি কʼলে, তাৰ পৰা শিকক

২০২৫ চনৰ জানুৱাৰী ১৩-১৯-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪৬

ভাইসকল—আপোনালোকে সহায়ক সেৱক হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি আহিছে নে?

২০২৫ চনৰ জানুৱাৰী ২০-২৬-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪৭

ভাইসকল—আপোনালোকে প্ৰাচীন হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি আহিছে নে?

২০২৫ চনৰ জানুৱাৰী ২৭–ফেব্ৰুৱাৰী ২-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

জীৱন কাহিনী

যুদ্ধ আৰু শান্তিৰ সময়ছোৱাত আমি যিহোৱাৰ পৰা সাহস পালোঁ

ভাই পʼল আৰু ভনী এন ক্ৰোডচে কৈছে যে যিহোৱাই তেওঁলোকক যুদ্ধ আৰু আন সমস্যাৰ সময়ছোৱাত কেনেকৈ চম্ভালিলে আৰু সাহস দিলে।

প্ৰতি সপ্তাহে অধ্যয়ন কৰিবলৈ কি কৰিম?

চাৰিটা উপায়ৰ ওপৰত মন কৰিলে আপুনি প্ৰতি সপ্তাহে ব্যক্তিগত অধ্যয়ন কৰিব পাৰিব আৰু ইয়াক আনন্দপূৰ্ণ কৰি তুলিব।

অধ্যয়ন কৰিবলৈ সঠিক ঠাই বাছনি কৰক

তিনিটা উপায়ৰ ওপৰত ধ্যান দিলে আপুনি মনোযোগেৰে অধ্যয়ন কৰিব পাৰিব।