প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ ফেব্ৰুৱাৰী ২০২৫

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ এপ্ৰিল ১৪–মে’ ৪, ২০২৫.

অধ্যয়নৰ লেখ ৬

যিহোৱাই আপোনাক ক্ষমা কৰিছে—তেওঁৰ কৃতজ্ঞ হওক

২০২৫ চনৰ এপ্ৰিল ১৪-২০-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৭

যিহোৱাই আপোনাক ক্ষমা কৰিছে—ইয়াৰ পৰা আপোনাৰ কি লাভ হয়?

২০২৫ চনৰ এপ্ৰিল ২১-২৭-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৮

যিহোৱাই আপোনাক ক্ষমা কৰিছে—আপুনি আনক ক্ষমা কৰিব নে?

২০২৫ চনৰ এপ্ৰিল ২৮–মে’ ৪-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

জীৱন কাহিনী

“মই কেতিয়াও অকলশৰীয়াকৈ নাছিলোঁ”

ভাই আংগালীট বেলবৱাৰ কিয় ইমান বিশ্বাস আছিল যে সমস্যাৰ সময়তো যিহোৱাই তেওঁৰ লগত আছিল, তাৰ বিষয়ে জানক।

জগতৰ লোকসকলৰ দৰে স্বাৰ্থপৰ নহʼব

বেছিভাগ লোকে ভাবে যে তেওঁলোকক আনতকৈ বিশেষ বুলি ভবা উচিত আৰু সকলো বস্তুত তেওঁলোকৰ অধিকাৰ থকা উচিত। আহক বাইবেলৰ কিছুমান সিদ্ধান্তৰ ওপৰত মন কৰোঁ আৰু চাওঁ যে এনেধৰণৰ চিন্তাধাৰাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ।

এজন প্ৰকৃত বন্ধু কেনেকৈ হʼব পাৰোঁ?

বাইবেলত কোৱা হৈছে যে এনে প্ৰকৃত বন্ধুও আছে, যিজনে সমস্যাৰ সময়ত আপোনাক সহায় কৰিব পাৰে।

এটা বিশেষ প্ৰশ্ন!

মাৰিয়াৰ দৰে কেৱল এটা প্ৰশ্ন সোধাৰ বাবে আপুনি বহুতো বাইবেল অধ্যয়ন পাব পাৰে।

সমস্যাৰ সময়তো সাহসেৰে কাম কৰক

যিৰিমিয়া আৰু এবদ-মেলকে যিদৰে সাহসেৰে কাম কৰিলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ?