প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ মে’ 2020

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ জুলাই ৬–আগষ্ট ২, ২০২০-ৰ বাবে হয়।

শেষকালত ‘উত্তৰ দ্শেৰ ৰজা’

অধ্যয়নৰ লেখ ১৯: জুলাই ৬-১২, ২০২০. আমি প্ৰমাণ দেখিলোঁ যে ‘উত্তৰ দেশৰ ৰজা’ আৰু ‘দক্ষিণ দেশৰ ৰজাৰ’ বিষয়ে দানিয়েলে যি ভৱিষ্যতবাণী কৰিছিল, সেয়া পূৰ হৈ আছে। আমি ইমান বিশ্বাসেৰে কিয় কʼব পাৰোঁ? আমি এই ভৱিষ্যতবাণী ভালদৰে বুজাটো কিয় প্ৰয়োজন?

উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত যুদ্ধ

‘উত্তৰ দেশৰ ৰজা’ আৰু ‘দক্ষিণ দেশৰ ৰজাৰ’ ভৱিষ্যতবাণী আৰু আন ভৱিষ্যতবাণীবোৰ। সেই ভৱিষ্যতবাণীবোৰে কেনেকৈ প্ৰমাণ কৰে যে জগতৰ ব্যৱস্থা অতি সোনকালে ধ্বংস হʼব।

বৰ্তমান সময়ত ‘উত্তৰ দেশৰ ৰজা’ কোন?

অধ্যয়নৰ লেখ ২০: জুলাই ১৩-১৯, ২০২০. বৰ্তমান সময়ত ‘উত্তৰ দেশৰ ৰজা’ কোন হয় আৰু তাৰ কেনেকৈ ধ্বংস হʼব? এই প্ৰশ্নবোৰৰ উত্তৰ জনাৰ যোগেদি আমাৰ বিশ্বাস দৃঢ় হʼব আৰু অতি সোনকালে মহা-ক্লেশৰ আমি সন্মুখীন হʼব পাৰিম।

ঈশ্বৰে দিয়া ভাল বস্তুবোৰৰ প্ৰতি আপুনি কৃতজ্ঞনে?

অধ্যয়নৰ লেখ ২১: জুলাই ২০-২৬, ২০২০. যিহোৱাই দিয়া উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ এই লেখে আমাক সহায় কৰিব। যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকৰ লগত যুক্তি কৰিবলৈয়ো এই লেখে আমাক সহায় কৰিব।

অদৃশ্য কিন্তু অমূল্য ৰত্ন

অধ্যয়নৰ লেখ ২২: জুলাই ২৭–আগষ্ট ২, ২০২০. আগৰ লেখত আমি আলোচনা কৰিলোঁ যে ঈশ্বৰে আমাক বহুতো ৰত্ন দিছে যাক আমি দেখা পাওঁ। এই লেখত আমি ঈশ্বৰে দিয়া এনে ৰত্নৰ বিষয়ে আলোচনা কৰিম, যি আমি দেখা নাপাওঁ আৰু তাৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ। এনে ধৰণৰ ৰত্নৰ উৎস যিহোৱা ঈশ্বৰৰ প্ৰতি আমাৰ কৃতজ্ঞতা গভীৰ হʼব।