Skip to content

Skip to table of contents

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী

ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰীয়ে আপোনাক বহুতো বিষয়ত অনুসন্ধান কৰিবলৈ সহায় কৰে।

ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰীত দিয়া অনুসন্ধান কৰা উপায়ৰ সহায়ত আপুনি বেলেগ বেলেগ বিষয়ে জানিব পাৰে। আপুনি অনুসন্ধান বক্সত কিবা শব্দ টাইপ কৰিলে ইয়াৰ লগত জড়িত বহুতো শব্দ ওলাই পৰিব। আপুনি বেছিকৈ ওলোৱা বা তাৰিখৰ মতে ওলোৱা শব্দবোৰ অনুসন্ধান কৰিব পাৰে (নতুন বা পুৰণি)।

কৰি চাওক: অনুসন্ধান বক্সত “যিহোৱা” শব্দটো টাইপ কৰিবলৈ আৰম্ভ কৰক। তাৰ পাছত তলত ওলাই অহা “যিহোৱা” শব্দত ক্লিক কৰক। আপুনি ইয়াৰ লগত জড়িত বহুতো তথ্য চাবলৈ পাব।