Skip to content

Skip to table of contents

প্ৰহৰীদুৰ্গ No. ১ ২০২১ | ঈশ্বৰলৈ কিয় প্ৰাৰ্থনা কৰা উচিত?

বহুতো লোকে ভাবে যে ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা নুশুনে, কিয়নো তেওঁলোকে বহু বাৰ প্ৰাৰ্থনা কৰাৰ সত্বেও তেওঁলোকৰ দুখ-কষ্ট দূৰ নহʼল। প্ৰহৰীদুৰ্গৰ এই খণ্ডত কোৱা হৈছে যে আমি কিয় ভৰসা কৰিব পাৰোঁ যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। ইয়াৰ উপৰিও ইয়াত এয়াও কোৱা হৈছে যে ঈশ্বৰে কিয় কিছুমান প্ৰাৰ্থনা নুশুনে আৰু আমি কেনেদৰে প্ৰাৰ্থনা কৰা উচিত।

 

লোকসকলে কি কয়?

ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিবলৈ পোৱাটো এক উপহাৰ নে ৰীতি-নীতি?

ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে নে?

বাইবেলৰ পৰা জানিব পাৰি যে সঠিক উপায়েৰে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে

ঈশ্বৰে কিছুমান প্ৰাৰ্থনা কিয় নুশুনে?

পবিত্ৰ শাস্ত্ৰত উল্লেখ আছে যে ঈশ্বৰে কেনেধৰণৰ প্ৰাৰ্থনা শুনে আৰু কেনেধৰণৰ প্ৰাৰ্থনা নুশুনে।

প্ৰাৰ্থনা কেনেকৈ কৰা উচিত?

আপুনি যিকোনো সময় আৰু ঠাইত ঈশ্বৰক প্ৰাৰ্থনা কৰিব পাৰে। মনে মনে প্ৰাৰ্থনা কৰিলেও তেওঁ আপোনাৰ প্ৰাৰ্থনা শুনিব।

প্ৰাৰ্থনা কৰিলে কি লাভ হয়?

প্ৰাৰ্থনা কৰিলে আপুনি কেনেকৈ সমস্যাৰ সন্মুখীন হʼবলৈ সাহস পাব পাৰে?

ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনে নে?

পবিত্ৰ শাস্ত্ৰ বাইবেলত কোৱা হৈছে যে যেতিয়া আপুনি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ শুনে আৰু সহায় কৰে।