প্ৰহৰীদুৰ্গ No. ২ ২০২১ | এক ভাল পৰিস্থিতি নিচেই কাষত
পৃথিৱীত হৈ থকা ঘটনাবোৰ দেখি আপোনাক কি লাগে, পৃথিৱীখন ধ্বংস হৈ যাবনে? যদি ধ্বংস হৈ যাব, তেনেহʼলে ইয়াৰ পাছত কি হʼব? যদি আমি জগতৰ অন্তৰপৰা ৰক্ষা পাব বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? ভৱিষ্যতে কি হʼব, তাৰ বিষয়ে ঈশ্বৰে বাইবেলত উল্লেখ কৰিছে। এই আলোচনীত আমি শাস্ত্ৰৰপৰা এই সকলো প্ৰশ্নৰ উত্তৰ জানিম।
এক নতুন পৃথিৱীৰ প্ৰয়োজন
পৃথিৱীৰ পৰিস্থিতি ভাল হোৱাটো আমি সকলোৱে বিচাৰোঁ।
পৃথিৱীখন ধ্বংস হʼবনে?
জগতৰ অন্ত হʼব বুলি ঈশ্বৰে শাস্ত্ৰত লিখাইছে। কিন্তু শাস্ত্ৰত এয়াও লিখা আছে যে পৃথিৱীত লোকসকলে সদায় জীয়াই থাকিব।
জগতৰ অন্ত কেতিয়া হʼব?
যীচুৱে কৰা ভৱিষ্যতবাণীবোৰ আপুনি পূৰ হৈ থকা দেখিবলৈ পাইছেনে?
নতুন পৃথিৱীত বাস কৰিবলৈ আমি কি কৰাৰ প্ৰয়োজন?
আহিবলগীয়া অন্তৰপৰা বাচিবলৈ ঈশ্বৰৰ বিষয়ে জনা আৰু তেওঁৰ লগত বন্ধুত্ব কৰাটো কিয় অতি প্ৰয়োজন?
অতি সোনকালে পৃথিৱীৰ পৰিস্থিতি ভাল হʼব!
ঈশ্বৰে যেতিয়া নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব, তেতিয়া পৰিস্থিতি কেনেকুৱা হʼব?
জগতৰ অন্ত নিচেই কাষত নে?
বাইবেলে যি কয়, সেয়া পঢ়ি আপুনি হয়তো আচৰিত হʼব।