Skip to content

Skip to table of contents

সচেতন থাকক! No. ৩ ২০২৪ | আদৰ-সন্মান এতিয়াও বাকী আছেনে?

বৰ্তমান সময়ত লোকসকলে আনৰ সন্মান নকৰে। সেইবোবে, যেতিয়া কোনোবাই কাৰোবাক সন্মান কৰে, তেতিয়া তেওঁলোকে আচৰিত হয় আৰু ভাবে যে ‘তেওঁ এয়া কিয় কৰিলে?’

উদাহৰণস্বৰূপে, বহুতো লোকে বৃদ্ধ লোকসকলক, আনকি নিজৰ পিতৃ-মাতৃকো সন্মান কৰিবলৈ এৰি দিছে। ইয়াৰ উপৰিও পুলিচ, লগত কাম কৰা লোক, শিক্ষক-শিক্ষয়িত্ৰী আৰু অধিকাৰীসকলক সন্মান নকৰে। চʼচিয়েল মিডিয়াত তেওঁলোকে আনৰ বিষয়ে যি বিচাৰে, তাকে লিখি দিয়ে। হাৱাৰ্ড বিজনেছ ৰিভিউ পত্ৰিকাৰ এখন লেখত এয়াই লিখা আছে, ‘এয়া সঁচা যে লোকসকলৰ হৃদয়ত আনৰ প্ৰতি সন্মান নাইকিয়া হৈ গৈছে। কিছুমান লোকে নিজেই এই বিষয়ে কৈছে।’

 

আনক সন্মান কৰক

আনক সন্মান কৰাটো কিয় প্ৰয়োজন আৰু এয়া আপুনি কেনেকৈ কৰিব পাৰে, তাৰ বিষয়ে জানক।

জীৱনৰ সন্মান কৰক

আহক বাইবেলৰ কিছুমান পৰামৰ্শ চাওঁ যে আমি কেনেকৈ নিজৰ আৰু আনৰ জীৱনৰ সন্মান কৰিব পাৰোঁ।

পৰিয়ালৰ সন্মান কৰক

যদি পৰিয়ালৰ সকলো সদস্যই এজনে-আনজনক সন্মান কৰে, তেনেহʼলে পৰিয়াল আনন্দত থাকিব।

নিজৰ সন্মান কৰক

বাইবেলৰ সহায়ত লোকসকলে নিজকে সন্মান কৰিবলৈ শিকে আৰু নিজৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে।

আদৰ-সন্মান এতিয়াও বাকী আছেনে?

এই লেখত আদৰ-সন্মানৰ বিষয়ে পঢ়ক। গোটেই পৃথিৱীত যিহোৱাৰ সাক্ষীসকলে এজনে-আনজনক সন্মান কৰিবলৈ লোকসকলক কেনেকৈ উৎসাহিত কৰিছে, তাৰ বিষয়েও জানক।