Skip to content

Skip to table of contents

স্মৰণ কৰিবলগীয়া এক অতি গুৰুত্বপূৰ্ণ দিন

স্মৰণ কৰিবলগীয়া এক অতি গুৰুত্বপূৰ্ণ দিন

স্মৰণ কৰিবলগীয়া এক অতি গুৰুত্বপূৰ্ণ দিন

 যীচুৱে মৃত্যুবৰণ কৰা পূৰ্বে সেই সন্ধ্যা তেওঁৰ শিষ্যসকলৰ মাজত এটা খমিৰ নিদিয়া পিঠা আৰু এটা পান-পাত্ৰত ৰঙা দ্ৰাক্ষাৰস বিতৰণ কৰি তেওঁলোকক খাবলৈ দিছিল। তদুপৰি তেওঁ এইদৰেও কৈছিল: “মোক সুৱৰিবলৈ ইয়াকে কৰা।”—লূক ২২:১৯.

এই বছৰত তেওঁৰ মৃত্যু দিবসৰ সোঁৱৰণী এপ্ৰিল মাহৰ ৪ তাৰিখে সূৰ্য্য অস্ত যোৱাৰ পিছত পালন কৰা হʼব। বিশ্বজুৰি থকা যিহোৱাৰ সাক্ষীসকলে যীচুৱে স্থাপনা কৰাৰ দৰে তেওঁৰ মৃত্যুক সোঁৱৰিবলৈ এই বিশেষ নিশা তেওঁলোকে একত্ৰিত হʼব। সেই উপলক্ষ্যত উপস্থিত থাকিবলৈ আপোনাক আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। সেই উদ্‌যাপনৰ সঠিক সময় আৰু স্থানৰ বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি স্থানীয় যিহোৱাৰ সাক্ষীসকলৰ সৈতে যোগা-যোগ কৰক। (w04 3/15)