Skip to content

Skip to table of contents

২০০৫ চন প্ৰহৰীবুৰুজ আলোচনীৰ বাবে বিষয় নিৰ্ঘন্ট

২০০৫ চন প্ৰহৰীবুৰুজ আলোচনীৰ বাবে বিষয় নিৰ্ঘন্ট

২০০৫ চন প্ৰহৰীবুৰুজ আলোচনীৰ বাবে বিষয় নিৰ্ঘন্ট

প্ৰবন্ধটো কোনটো মাহৰ লেখত পোৱা যাব, তাৰ তাৰিখবোৰ উল্লেখ কৰা হৈছে

 অধ্যয়নৰ মুখ্য লেখসমূহ

‘অপকাৰত সহনীয় হওক,’ ৬/১

অহঙ্কাৰী মনোবৃত্তি বিকশিত নকৰিবলৈ সাৱধান হওক, ১১/১

আন্তৰিকতাৰে নম্ৰতা বিকশিত কৰক, ১১/১

আপুনি যিহোৱাৰ সহায় লয়নে? ১/১

আপুনি সকলো বিষয়তে বিশ্বাসীনে? ৮/১

আপুনি ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰিব পাৰিবনে? ৯/১

আপুনি ঈশ্বৰৰ সৈতে চলিবনে? ১১/১

আমাৰ সন্তানবোৰ হৈছে এক বহুমূলীয়া উপহাৰ, ৪/১

আমাৰ খ্ৰীষ্টান পৰিচয় প্ৰতিৰক্ষা কৰা, ৩/১

আমি আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম, ৯/১

আমি দেখাৰ দ্বাৰাই নহয়, কিন্তু বিশ্বাসৰ দ্বাৰা চলা উচিত! ১০/১

আমি যীচুৰ আৰ্হিৰ অনুসাৰে চলা উচিত ১০/১

ঈশ্বৰৰ সৈতে চলি লাভৱান হওক, ১২/১

ঈশ্বৰৰ ৰাজ্য বাস্তৱিকতালৈ পৰিণত হোৱাৰ পূৰ্বাভাস, ২/১

ঈশ্বৰৰ বাক্যই আপোনাৰ পথ দীপ্তিময় কৰক, ৫/১

এই দুৰ্য্যোগপূৰ্ণ সময়ছোৱাত যিহোৱাৰ সৈতে চলক, ৯/১

কিশোৰ-কিশোৰীসকল, যিহোৱাৰ প্ৰশংসা কৰক! ৭/১

কেৱল কৰ্ম্মৰ দ্বাৰা নহয় কিন্তু অনুগ্ৰহৰ দ্বাৰাও পৰিত্ৰাণ পোৱা, ৬/১

কোনসকলৰ পুনৰুত্থান হʼব? ৫/১

খ্ৰীষ্টত সকলো ভৱিষ্যতবাণী কেন্দ্ৰিত, ২/১

“জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা” লোকসকলে শুভবাৰ্ত্তা শুনিব, ১২/১

“তোমালোক মূল্যেৰে কিনা হʼলা,” ৪/১

নিজৰ নিমিত্তে নহয় কিন্তু আনৰ বাবে জীৱন-যাপন কৰা, ৪/১

পৰিচৰ্য্যাত প্ৰগতি আৰু বুজনশীল হওক, ১২/১

“পৰ দি থাকা”—কিয়নো যিহোৱাৰ সোধ-বিচাৰৰ দিন কাষ চাপি আহিল! ১০/১

“পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা,” ৮/১

পিতৃ-মাতৃসকল, আপোনালোকৰ বহুমূলীয়া উত্তৰাধিকাৰীক ৰক্ষা কৰক, ৪/১

পিতৃ-মাতৃয়ে পৰিয়ালৰ আৱশ্যকতাবোৰ পূৰ্ণ কৰে, ৭/১

পিতৃ-মাতৃসকল—নিজৰ সন্তানৰ বাবে কেনে ভৱিষ্যত হোৱাটো বিচাৰে? ১০/১

পুনৰুত্থানৰ আশাই আপোনাৰ বাবে কেনে অৰ্থ ৰাখে? ৫/১

পুনৰুত্থান—যি শিক্ষাই আপোনাক প্ৰভাৱিত কৰে, ৫/১

প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে আপোনালোকে গৌৰৱ কৰক! ৩/১

প্ৰকৃত খ্ৰীষ্টানসকলে যিহোৱাৰ গৌৰৱ প্ৰকাশ কৰে, ৯/১

“বহুমূলীয়া মুকুতা” বিচাৰি পোৱা, ২/১

বৰ্তমান সময়ত “বহুমূলীয়া মুকুতাৰ” অন্বেষণ কৰা, ২/১

বৰ্তমান সময়ত এক সফল বিবাহ গঢ়ি তুলিব পাৰি, ৩/১

বৈবাহিক দম্পতীসকলৰ বাবে বুদ্ধিমান নিৰ্দ্দেশনা, ৩/১

‘মঙ্গলৰ শুভবাৰ্ত্তা অনাজনক কেনে সুন্দৰ দেখা যায়’ ৭/১

যিহোৱা হৈছে আমাৰ সহায়ক, ১/১

যিহোৱা ঈশ্বৰে সদায়ে ন্যায়পূৰ্ণতাৰে কাৰ্য্য কৰে, ২/১

যিহোৱাৰ বাক্যত ভাৰসা কৰক, ৫/১

যিহোৱাৰ পথবোৰৰ বিষয়ে জনা, ৬/১

যিহোৱাই তেওঁত আশা কৰা সকলক ৰক্ষা কৰে, ৬/১

যিহোৱাই “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা,” ৮/১

যিহোৱাই আপোনাৰ “মূৰৰ আটাইবোৰ চুলিও” গণনা কৰিলে, ৮/১

যিহোৱা হৈছে আমাৰ ৰক্ষক, ১১/১

“যিহোৱাৰ সকলো পথ সৰল,” ১২/১

যীচুৰ আৰ্হিক অনুকৰণ কৰক, ১/১

সকলো জাতিৰ বাবে শুভবাৰ্ত্তা, ৭/১

সম্পূৰ্ণকৈ সাক্ষী দিবলৈ প্ৰশিক্ষিত হোৱা, ১/১

হৃদয়ত এক প্ৰেমৰ ব্যৱস্থা স্থাপন কৰা, ৯/১

হোচেয়াৰ ভৱিষ্যতবাণীয়ে আমাক ঈশ্বৰৰ সৈতে চলিবলৈ সহায় কৰে, ১২/১

খ্ৰীষ্টান জীৱনধাৰা আৰু গুণসমূহ

আনুগত্য, ৯/১

আপুনি প্ৰেম কৰা সকলৰ সৈতে কথোপকথন কৰেনে? ৬/১

আপুনি “ঈশ্বৰলৈ ধনৱান” হয়নে? ১০/১

প্ৰত্যেক দিন গণনা কৰক, ৫/১

শান্তি বজাই ৰাখা, ৩/১

বাইবেল

যিহোচূৱা কিতাপৰ আলোকপাত, ১/১

বিচাৰকৰ্ত্তাবিলাক কিতাপৰ আলোকপাত, ২/১

ৰূথ কিতাপৰ আলোকপাত, ৩/১

প্ৰথম চমূৱেল কিতাপৰ আলোকপাত, ৪/১

দ্বিতীয় চমূৱেল কিতাপৰ আলোকপাত, ৬/১

প্ৰথম ৰাজাৱলি কিতাপৰ আলোকপাত, ৭/১

দ্বিতীয় ৰাজাৱলি কিতাপৰ আলোকপাত, ৮/১

প্ৰথম বংশাৱলি কিতাপৰ আলোকপাত, ১০/১

দ্বিতীয় বংশাৱলি কিতাপৰ আলোকপাত, ১২/১

সত্য শিক্ষা, ৮/১

যিহোৱা

যিহোৱা ঈশ্বৰে সদায়ে ন্যায়পূৰ্ণতাৰে কাৰ্য্য কৰে, ২/১

যিহোৱাৰ সাক্ষীসকল

“তেওঁৰ বিশ্বাসৰ বাবে উৎপীড়নৰ সম্মুখীন হʼবলগীয়া হʼল” (এন. ৰট্‌), ৭/১

তেওঁলোকে শুনাত অক্ষমসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে (স্পেইন), ১১/১

দান-বৰঙনি, ১১/১

বিদ্যালয়ত যিহোৱা ঈশ্বৰৰ স্তুতি কৰা, ৭/১

যীচু খ্ৰীষ্ট

যীচুৰ খ্ৰীষ্টৰ আৰ্হিয়ে আপোনাক কেনেকৈ প্ৰভাৱিত কৰে? ৪/১

সানমিহলি

এই জগতৰ পৰিস্থিতিক কোনোবাই সলনি কৰিব পাৰিবনে? ১১/১

এক সত্য শিক্ষা, ৮/১

দৰিদ্ৰতা, ৬/১

ধৰ্ম্মই মানৱজাতিৰ মাজত ঐক্যতা স্থাপন কৰিব পাৰেনে? ১/১

পুনৰুত্থান, ৫/১

যীচুৰ উপস্থিতিৰ চিহ্ন, ১০/১

পৰিশ্ৰম—এক আশীৰ্ব্বাদ নে অভিশাপ? ৭/১