২০১৭ চনৰ অধিৱেশনৰ কাৰ্য্যক্ৰম
প্ৰতিদিনৰ বাবে প্ৰস্তুত কৰা অধিৱেশনৰ কাৰ্য্যক্ৰমে যি উচিত তাক কৰিবলৈ আৰু কঠিন পৰীক্ষাৰ সময়ত সহন কৰিবলৈ সহায় কৰিব।
শনিবাৰ
কঠিন পৰিস্থিতিক সহন কৰিবলৈ এজন খ্ৰীষ্টানক কি গুণবোৰে সহায় কৰিব?
দেওবাৰ
সৰ্ব্বশক্তিমান ঈশ্বৰে কেনেকৈ আমাক সহন কৰাৰ শক্তি আৰু সান্ত্বনা দিছে?
অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
অধিৱেশনৰ সময়ছোৱাত হ’বলগীয়া বিশেষ সভাবোৰত উপস্থিত হ’বলৈ আপুনি হয়তো আগ্ৰহী। যদি আপুনি এটে’ন্ডেন্ট, দান-বৰঙণি, প্ৰাৰ্থমিক চিকিৎসা, হেৰোৱা আৰু পোৱা, আসন ব্যৱস্থা আৰু স্বেচ্ছাসেৱকসকলৰ বিষয়ে জানিব বিচাৰে, তেনেহ’লে ইয়াত অনুসন্ধান কৰক।