Skip to content

Skip to table of contents

দেওবাৰ

দেওবাৰ

“আশাত আনন্দ কৰা; ক্লেশত সহনীয় হোৱা”—ৰোমীয়া ১২:১২

ৰাতিপুৱা

  • ৮:৫০ সংগীত-ভিডিঅ’ৰ প্ৰস্তুতি

  • ৯:০০ গীতৰ সংখ্যা ৪৪ আৰু প্ৰাৰ্থনা

  • ৯:১০ পৰিচৰ্চ্চা: যিহোৱা ঈশ্বৰে সেই লোকসকলক কেনেকৈ ‘ধৈৰ্য্য আৰু শান্ত্বনা’ দিয়ে . . .

  • ১০:২০ গীতৰ সংখ্যা ১৩৮ আৰু ঘোষণা

  • ১০:৩০ পৰিচৰ্চ্চা: তিষ্ঠি থাকিব পৰা এখন ঘৰ নিৰ্মাণ কৰক

    • “যি আছে, তাতে সন্তুষ্ট” থাকক (ইব্ৰী ১৩:৫; গীতমালা ১২৭:১, ২)

    • ‘মন্দ বিষয়বোৰৰপৰা’ নিজৰ সন্তানক সুৰক্ষা দিয়ক (ৰোমীয়া ১৬:১৯; গীতমালা ১২৭:৩)

    • সন্তানক “তাৰ চলিব লগীয়া পথ অনুসাৰে শিক্ষা” দিয়ক (হিতোপদেশ ২২:৩, ৬; গীতমালা ১২৭:৪, ৫)

  • ১১:১৫ নাটক: লোটৰ তিৰোতাক সোঁৱৰা—খণ্ড ২ (লূক ১৭:২৮-৩৩)

  • ১১:৪৫ কিশোৰ-কিশোৰীসকল—তোমালোকৰ সহনশীলতাই যিহোৱা ঈশ্বৰক আনন্দিত কৰে! (হিতোপদেশ ২৭:১১)

  • ১২:২০ গীতৰ সংখ্যা ১৩৫ আৰু বিৰতি

আবেলি

  • ১:২০ সংগীত-ভিডিঅ’ৰ প্ৰস্তুতি

  • ১:৩০ গীতৰ সংখ্যা ১৪১

  • ১:৩৫ জন ভাষণ: কেতিয়াও আশা এৰি নিদিব! (যিচয়া ৪৮:১৭; যিৰিমিয়া ২৯:১১)

  • ২:০৫ প্ৰহৰীবুৰুজৰ সাৰাংশ

  • ২:৩৫ গীতৰ সংখ্যা ৫৭ আৰু ঘোষণা

  • ২:৪৫ নাটক: লোটৰ তিৰোতাক সোঁৱৰা—খণ্ড ৩ (লূক ১৭:২৮-৩৩)

  • ৩:১৫ “অপেক্ষা কৰা; কাৰণ সেয়ে . . . উচিত সময়তকৈ দেৰি নহব” (হবক্কুক ২:৩)

  • ৪:১৫ গীতৰ সংখ্যা ১২৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা