শনিবাৰ
‘ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক’বলৈ অধিক সাহ কৰক’—ফিলিপীয়া ১:১৪
ৰাতিপুৱা
-
৯:২০ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি
-
৯:৩০ গীতৰ সংখ্যা ৭৬ আৰু প্ৰাৰ্থনা
-
৯:৪০ পৰিচৰ্চ্চা: সাহসী হওক . . .
-
বাইবেল বিদ্যাৰ্থী হিচাপে (পাঁচনিৰ কৰ্ম্ম ৮:৩৫, ৩৬; ১৩:৪৮)
-
বাল্য কালৰেপৰা (গীতমালা ৭১:৫; হিতোপদেশ ২:১১)
-
প্ৰচাৰক হিচাপে (১ থিচলনীকীয়া ২:২)
-
বিবাহ সংগী হিচাপে (ইফিচীয়া ৪:২৬, ২৭)
-
পিতৃ-মাতৃ হিচাপে (১ চমূৱেল ১৭:৫৫)
-
অগ্ৰগামী সেৱক হিচাপে (১ ৰাজাৱলি ১৭:৬-৮, ১২, ১৬)
-
মণ্ডলীৰ প্ৰাচীন হিচাপে (পাঁচনিৰ কৰ্ম্ম ২০:২৮-৩০)
-
বয়সস্থ ব্যক্তি হিচাপে (দানিয়েল ৬:১০, ১১; ১২:১৩)
-
-
১০:৫০ গীতৰ সংখ্যা ১১৯ আৰু ঘোষণা
-
১১:০০ পৰিচৰ্চ্চা: ভয়াতুৰজনাক নহয়, কিন্তু সাহসীজনাক অনুকৰণ কৰক!
-
দহজন অধ্যক্ষক নহয়, কিন্তু যিহোচূৱা আৰু কালেবক (গণনা পুস্তক ১৪:৭-৯)
-
মেৰোজৰ বাসিন্দাসকলক নহয়, কিন্তু যায়েলক (বিচাৰকৰ্ত্তাবিলাক ৫:২৩)
-
মিছা ভাববাদীসকলক নহয়, কিন্তু মীখায়াক (১ ৰাজাৱলি ২২:১৪)
-
ঊৰিয়াক নহয়, কিন্তু যিৰিমিয়াক (যিৰিমিয়া ২৬:২১-২৩)
-
ধনৱান ডেকা শাসকজনক নহয়, কিন্তু পৌলক (মাৰ্ক ১০:২১, ২২)
-
-
১১:৪৫ “যিবিলাক সৰ্ব্বনাশলৈ হোঁহকে, আমি তেওঁবিলাকৰ মাজৰ নহওঁ”! (ইব্ৰী ১০:৩৫, ৩৬, ৩৯; ১১:৩০, ৩২-৩৪, ৩৬; ১ পিতৰ ৫:১০)
-
১২:১৫ গীতৰ সংখ্যা ৩৮ আৰু বিৰতি
আবেলি
-
১:৩৫ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি
-
১:৪৫ গীতৰ সংখ্যা ১১১
-
১:৫০ পৰিচৰ্চ্চা: সৃষ্টিৰপৰা সাহসৰ বিষয়ে শিকক
-
সিংহ (মীখা ৫:৮)
-
ঘোঁৰা (ইয়োব ৩৯:১৯-২৫)
-
নেউল (গীতমালা ৯১:৩, ১৩-১৫)
-
হামিংবাৰ্ড (১ পিতৰ ৩:১৫)
-
হাতী (হিতোপদেশ ১৭:১৭)
-
-
২:৪০ গীতৰ সংখ্যা ৬০ আৰু ঘোষণা
-
২:৫০ পৰিচৰ্চ্চা: আমাৰ ভাইসকলে কেনেকৈ সাহস দেখুৱাইছে . . .
-
আফ্ৰিকাত (মথি ১০:৩৬-৩৯)
-
এছিয়াত (জখৰিয়া ২:৮)
-
ইউৰোপত (প্ৰকাশিত বাক্য ২:১০)
-
উত্তৰ আমেৰিকাত (যিচয়া ৬:৮)
-
ওছেনিয়াত (গীতমালা ৯৪:১৪, ১৯)
-
দক্ষিণ আমেৰিকাত (গীতমালা ৩৪:১৯)
-
-
৪:১৫ সাহসী হওক, কিন্তু নিজৰ ওপৰত নিৰ্ভৰ নকৰিব! (হিতোপদেশ ৩:৫, ৬; যিচয়া ২৫:৯; যিৰিমিয়া ১৭:৫-১০; যোহন ৫:১৯)
-
৪:৫০ গীতৰ সংখ্যা ৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা