Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

এই প্ৰশ্নবোৰৰ উত্তৰ জানক
  1. ১. আমাৰ বাবে আনন্দ কঢ়িয়াই অনা যিহোৱাৰ তিনিটা ব্যৱস্থা কি? (গীত. ৩২:১-১০)

  2. ২. বৰ্তমানত আমি কেনেকৈ আনন্দ লাভ কৰিব পাৰোঁ? (গীত. ৫:১১, ১২; ৯১:১৪)

  3. ৩. সমস্যা থকাৰ সত্ত্বেও আমি সেৱা কাৰ্য্যত আনন্দ বজাই ৰাখিব পাৰোঁ? (পাঁচ. ১৩:৫০-৫২; ৰোম. ৫:৩-৫)

  4. ৪. আমি “ভাৰগ্ৰস্ত” আৰু আনন্দ হেৰুৱাৰপৰা কেনেকৈ দূৰে থাকিব পাৰিম? (লূক ২১:৩৪)

  5. ৫. যিহোৱাই আমাক কেনেকৈ আনন্দিত কৰে? (গীত. ৯২:৪, ৫)

  6. ৬. যিহোৱাক প্ৰথম স্থান দিবলৈ কি কথাই আমাক সহায় কৰিব? (ৰোম. ১:২০; দ্বিতী. ৬:৬-৯; ফিলি. ৪:৬; গীত. ১৬:৩)