Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

এই প্ৰশ্নবোৰৰ উত্তৰ জানক
  1. ১. যিহোৱাৰ সেৱক হিচাপে আমাৰ ওচৰত কি সুযোগ আছে? (হিতো. ২৭:১১)

  2. ২. আমি কেনেকৈ যীচুক অনুকৰণ কৰিব পাৰোঁ আৰু যিহোৱাৰ মনক আনন্দিত কৰিব পাৰোঁ? (যোহ. ৮:২৯)

  3. ৩. আমাৰ প্ৰচাৰ কাৰ্য্যত আমি যিহোৱাৰ মনক কেনেকৈ আনন্দিত কৰিব পাৰোঁ? (যোহ. ১৫:৮)

  4. ৪. জীৱনৰ সকলো দিশতে আমি কেনেকৈ যিহোৱাক আনন্দিত কৰিব পাৰোঁ? (যোহ. ১৪:৩১; ইফি. ৬:১-৪; গীত. ৩৫:১৮; ১ পিত. ২:১২)

  5. ৫. আমি কেনেকৈ পৰীক্ষা, নিৰাশা আৰু প্ৰলোভনৰ সফলতাৰে সন্মুখীন হʼব পাৰোঁ? (নহি. ৮:১০)