Skip to content

Skip to table of contents

বাইবেল পঢ়িবলৈ আৰম্ভ কৰক

বাইবেল পঢ়িবলৈ আৰম্ভ কৰক

আপোনাক বাইবেলখন পঢ়ি ভাল লাগিব। বাইবেল পঢ়া আৰম্ভ কৰিবলৈ ইয়াত কিছুমান উপায় দিয়া হৈছে। আপোনাক ভাল লগা বিষয়টো বাছনি কৰক আৰু পদবোৰ পঢ়ক।

পৰিচিত ব্যক্তি আৰু কাহিনী

  • নোহ আৰু জল-প্লাবন: আদিপুস্তক ৬:৯–৯:১৯

  • চূফ সাগৰত মোচি: যাত্ৰাপুস্তক ১৩:১৭–১৪:৩১

  • ৰূথ আৰু নয়মী: ৰূথ ১-৪ অধ্যায়

  • দায়ূদ আৰু গলিয়াথ: ১ চমূৱেল ১৭ অধ্যায়

  • অবীগল: ১ চমূৱেল ২৫:২-৩৫

  • সিংহৰ গাঁতত দানিয়েল: দানিয়েল ৬ অধ্যায়

  • এলীচাবেৎ আৰু মৰিয়ম: লূক ১-২ অধ্যায়

দৈনিক জীৱনৰ জ্ঞান

  • পৰিয়াল জীৱন: ইফিচীয়া ৫:২৮, ২৯, ৩৩; ৬:১-৪

  • বন্ধুত্ব: হিতোপদেশ ১৩:২০; ১৭:১৭; ২৭:১৭

  • প্ৰাৰ্থনা: গীতমালা ৫৫:২২; ৬২:৮; ১ যোহন ৫:১৪

  • যীচুৰ পৰ্বতীয়া উপদেশ: মথি ৫-৭ অধ্যায়

  • কাম: হিতোপদেশ ১৪:২৩; উপদেশক ৩:১২, ১৩; ৪:৬

আপোনাক সহায়ৰ প্ৰয়োজন হোৱাৰ সময়ত . . .

  • নিৰাশ: গীতমালা ২৩; যিচয়া ৪১:১০

  • বেজাৰ: ২ কৰিন্থীয়া ১:৩, ৪; ১ পিতৰ ৫:৭

  • দোষী ভাবনা: গীতমালা ৮৬:৫; যিহিষ্কেল ১৮:২১, ২২

এই বিষয়ে বাইবেলে কি কয় . . .

উপায়: ওপৰত উল্লেখ কৰা বাইবেলৰ পদবোৰ ভালদৰে বুজিবলৈ সম্পূৰ্ণ অধ্যায়টো পঢ়ক। এই কিতাপখনৰ শেষত দিয়া “মোৰ বাইবেল পঢ়াৰ তালিকা” নামৰ তালিকাখন ব্যৱহাৰ কৰক আৰু প্ৰতিটো অধ্যায় পঢ়াৰ পাছত দাগ দিয়ক। প্ৰতিদিনে অলপ অলপকৈ বাইবেল পঢ়িবলৈ লক্ষ্য ৰাখক।