পাঠ ২
আদিপুস্তক ৭:৭-১০; ৮:১৫-১৭
নোহৰ জাহাজৰ ওচৰত থকা জন্তুবোৰলৈ চোৱা।
কোনবোৰ জন্তুয়ে হেম্বেলিয়াই, আৰু কোনবোৰে ভুকে?
ডাঙৰ আৰু সৰু সকলো জন্তুৰ প্ৰাণ, নোহৰ জাহাজে কৰিলে পৰিত্ৰাণ।
কাৰ্য্য
আপোনাৰ সন্তানক পঢ়ি শুনাওক:
আদিপুস্তক ৭:৭-১০; ৮:১৫-১৭
আপোনাৰ সন্তানক দেখুৱাবলৈ কওক:
ভালুক কুকুৰ হাতী
জিৰাফ সিংহ বান্দৰ
গাহৰি চৰাই
জেব্ৰা মেঘধেনু
তলত উল্লেখ কৰা জীৱ-জন্তুবোৰৰ মাত নকল কৰিবলৈ কওক:
কুকুৰ সিংহ বান্দৰ
গাহৰি চৰাই