Skip to content

Skip to table of contents

পাঠ ২

পাঠ ২

আদিপুস্তক ৭:৭-১০; ৮:১৫-১৭

নোহৰ জাহাজৰ ওচৰত থকা জন্তুবোৰলৈ চোৱা।

কোনবোৰ জন্তুয়ে হেম্বেলিয়াই, আৰু কোনবোৰে ভুকে?

ডাঙৰ আৰু সৰু সকলো জন্তুৰ প্ৰাণ, নোহৰ জাহাজে কৰিলে পৰিত্ৰাণ।

কাৰ্য্য

আপোনাৰ সন্তানক পঢ়ি শুনাওক:

আদিপুস্তক ৭:৭-১০; ৮:১৫-১৭

আপোনাৰ সন্তানক দেখুৱাবলৈ কওক:

ভালুক কুকুৰ হাতী

জিৰাফ সিংহ বান্দৰ

গাহৰি চৰাই

জেব্ৰা মেঘধেনু

তলত উল্লেখ কৰা জীৱ-জন্তুবোৰৰ মাত নকল কৰিবলৈ কওক:

কুকুৰ সিংহ বান্দৰ

গাহৰি চৰাই