Skip to content

Skip to table of contents

পাঠ ৫

পাঠ ৫

বন্ধু এজনে যদি, তোমাক দিয়ে উপহাৰ বা তোমাক কৰে কিবা উপকাৰ তুমি তেওঁক এবাৰ নহয়, দিবা মিচিকিয়াই দুবাৰ!

তুমি যʼতেই থাকিবা, যিয়ে কৰিবা “ধন্যবাদ” কʼবলৈ পাহৰি নাজাবা।

কাৰ্য্য

আপোনাৰ সন্তানক পঢ়ি শুনাওক:

১ থিচলনীকীয়া ৫:১৮

আপোনাৰ সন্তানক দেখুৱাবলৈ কওক:

উপহাৰ লʼৰা

দুৱাৰ আহাৰ

লুকাই থকা বস্তুবোৰ বিচাৰিবলৈ কওক।

আপেল ফোন

আপোনাৰ সন্তানক সুধক:

“ধন্যবাদ” কিয় কোৱা উচিত?