Skip to content

Skip to table of contents

পাঠ ৬

পাঠ ৬

গীতমালা ১৩৯:১৪

হাতৰ আঙুলিবোৰ চাই, ভৰিৰ আঙুলিবোৰ লৰোৱা।

কাণ দুখন দেখুৱাই তুমি, নাকটোও দেখুৱা।

ভৰি দুখনলৈ মন কৰা ইয়াৰ যোগেদি তুমি দৌৰিব পাৰা, জঁপিয়াই আৰু ফুৰি তুমি কৰিবা স্ফুৰ্তি!

আইনাখনলৈ চোৱা, কি দেখিবলৈ পাবা?

যিহোৱাৰ সৃষ্টি দেখি, তুমি অবাক হৈ ৰবা!

কাৰ্য্য

আপোনাৰ সন্তানক পঢ়ি শুনাওক:

গীতমালা ১৩৯:১৪

আপোনাৰ সন্তানক দেখুৱাবলৈ কওক:

হাতৰ আঙুলি ভৰিৰ আঙুলি নাক

কাণ মুখ

লুকাই থকা বস্তুবোৰ বিচাৰিবলৈ কওক।

কেঁকোৰা মেকুৰী

আপোনাৰ সন্তানক সুধক:

তোমাক আৰু মোক কোনে সৃষ্টি কৰিলে?