বাইবেলৰ সময় ৰেখা
-
“আদিতে . . . ”
-
খ্ৰীষ্টপূৰ্ব ৪০২৬ (প্ৰায় ৬,০০০ বছৰৰ পূৰ্ব্বে) আদমৰ সৃষ্টি
-
খ্ৰীষ্টপূৰ্ব ৩০৯৬ (প্ৰায় ৫,১০০ বছৰৰ পূৰ্ব্বে) আদমৰ মৃত্যু
-
খ্ৰীষ্টপূৰ্ব ২৩৭০ (প্ৰায় ৪,৩৭০ বছৰৰ পূৰ্ব্বে) জল-প্লাৱন আৰম্ভ হʼল
-
খ্ৰীষ্টপূৰ্ব ২০১৮ অব্ৰাহামৰ জন্ম
-
খ্ৰীষ্টপূৰ্ব ১৯৪৩ অব্ৰাহামৰ লগত নিয়ম স্থাপন (প্ৰায় ৩,৯৫০ বছৰৰ পূৰ্ব্বে)
-
খ্ৰীষ্টপূৰ্ব ১৭৫০ (প্ৰায় ৩,৭৫০ বছৰৰ পূৰ্ব্বে) যোচেফক দাস হিচাবে বেচা
-
খ্ৰীষ্টপূৰ্ব ১৬১৩-ৰ আগত (প্ৰায় ৩,৬২০ বছৰৰ পূৰ্ব্বে) ইয়োবৰ ওপৰত পৰীক্ষা
-
খ্ৰীষ্টপূৰ্ব ১৫১৩ (প্ৰায় ৩,৫২০ বছৰৰ পূৰ্ব্বে) মিচৰৰপৰা মুক্তি
-
খ্ৰীষ্টপূৰ্ব ১৪৭৩ যিহোচূৱাৰ নেতৃত্বত ইস্ৰায়েলীসকলে কনান দেশত প্ৰৱেশ কৰে
-
খ্ৰীষ্টপূৰ্ব ১৪৬৭ কনান দেশৰ প্ৰায় ভাগ অংশ অধিকাৰ কৰিলে (প্ৰায় ৩,৪৭০ বছৰৰ পূৰ্ব্বে)
-
খ্ৰীষ্টপূৰ্ব ১১১৭ (প্ৰায় ৩,১২০ বছৰৰ পূৰ্ব্বে) চৌলক ৰজা হিচাবে নিযুক্ত কৰা হয়
-
খ্ৰীষ্টপূৰ্ব ১০৭০ ঈশ্বৰে দায়ূদৰ সৈতে ৰাজ্যৰ প্ৰতিজ্ঞা কৰে
-
খ্ৰীষ্টপূৰ্ব ১০৩৭ চলোমন ৰজা হয়
-
খ্ৰীষ্টপূৰ্ব ১০২৭ যিৰূচালেমত উপাসনা গৃহৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ হয় (প্ৰায় ৩,০৩০ বছৰৰ পূৰ্ব্বে)
-
খ্ৰীষ্টপূৰ্ব প্ৰায় ১০২০ পৰমগীতৰ কিতাপখন লিখা সম্পূৰ্ণ হয়
-
খ্ৰীষ্টপূৰ্ব ৯৯৭ ইস্ৰায়েল দুটা ভাগত বিভক্ত হয় (প্ৰায় ৩,০০০ বছৰৰ পূৰ্ব্বে)
-
খ্ৰীষ্টপূৰ্ব প্ৰায় ৭১৭ (প্ৰায় ২,৭২০ বছৰৰ পূৰ্ব্বে) হিতোপদেশবোৰ সংগ্ৰহ কৰাৰ কাৰ্য্য সম্পূৰ্ণ হয়
-
খ্ৰীষ্টপূৰ্ব ৬০৭ (প্ৰায় ২,৬১০ বছৰৰ পূৰ্ব্বে) যিৰূচালেমৰ ধ্বংস; যিহূদীসকলক বন্দী কৰি বাবিললৈ লৈ যোৱা হʼল
-
খ্ৰীষ্টপূৰ্ব ৫৩৯ কোৰচ ৰজাই বাবিলক ধ্বংস কৰে
-
খ্ৰীষ্টপূৰ্ব ৫৩৭ যিহূদী বন্দীসকলে যিৰূচালেমলৈ উভতি আহে (প্ৰায় ২,৫৪০ বছৰৰ পূৰ্ব্বে)
-
খ্ৰীষ্টপূৰ্ব ৪৫৫ (প্ৰায় ২,৪০০ বছৰৰ পূৰ্ব্বে) যিৰূচালেমৰ দেৱালবোৰ পুনৰ নিৰ্ম্মাণ কৰা হয়; ৬৯ বছৰৰ সপ্তাহ আৰম্ভ হয়
-
খ্ৰীষ্টপূৰ্ব ৪৪৩-ৰ পাছত মলাখী ভৱিষ্যতবক্তাই নিজৰ কিতাপ লিখাৰ কাৰ্য্য সম্পূৰ্ণ কৰে
-
খ্ৰীষ্টপূৰ্ব প্ৰায় ২ যীচুৰ জন্ম
-
২৯ খ্ৰীষ্টাব্দ যীচুৰ বাপ্তিষ্মা হয় আৰু তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ আৰম্ভ কৰে (প্ৰায় ১,৯৮০ বছৰৰ পূৰ্ব্বে)
-
৩১ খ্ৰীষ্টাব্দ যীচুয়ে ১২ জন পাঁচনিক নিৰ্ব্বাচন কৰে; পৰ্ব্বতৰ ওপৰত উপদেশ দিয়ে
-
৩২ খ্ৰীষ্টাব্দ যীচুয়ে লাজাৰক পুনৰুত্থান কৰে
-
নিচান ১৪, ৩৩ খ্ৰীষ্টাব্দ (প্ৰায় ১,৯৭০ বছৰৰ পূৰ্ব্বে। বৰ্তমান কেলেণ্ডাৰ অনুসৰি নিচান মাহটো মাৰ্চ আৰু এপ্ৰিল মাহত পৰে) যীচুক কাঠত অঁৰা হয়
-
নিচান ১৬, ৩৩ খ্ৰীষ্টাব্দ যীচুক পুনৰুত্থান কৰা হয়
-
চীবন ৬, ৩৩ খ্ৰীষ্টাব্দ পেন্টাকোষ্টৰ পৰ্ব্ব; শিষ্যসকলে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয় (বৰ্তমান কেলেণ্ডাৰ অনুসৰি চীবন মাহটো মে’ আৰু জুন মাহত পৰে)
-
৩৬ খ্ৰীষ্টাব্দ কৰ্ণীলিয় নামৰ ব্যক্তিজনে খ্ৰীষ্টান হয় (প্ৰায় ১,৯৭০ বছৰৰ পূৰ্ব্বে)
-
প্ৰায় ৪৭-৪৮ খ্ৰীষ্টাব্দ শুভবাৰ্ত্তাৰ বাবে পৌলৰ প্ৰথম যাত্ৰা
-
প্ৰায় ৪৯-৫২ খ্ৰীষ্টাব্দ শুভবাৰ্ত্তাৰ বাবে পৌলৰ দ্বিতীয় যাত্ৰা
-
প্ৰায় ৫২-৫৬ খ্ৰীষ্টাব্দ শুভবাৰ্ত্তাৰ বাবে পৌলৰ তৃতীয় যাত্ৰা
-
৬১ খ্ৰীষ্টাব্দ (প্ৰায় ১,৯৪০ বছৰৰ পূৰ্ব্বে) ৰোমত বন্দী অৱস্থাত থাকোঁতে পৌলে পত্ৰবোৰ লিখে
-
৬২ খ্ৰীষ্টাব্দৰ আগত যীচুৰ ভায়েক যাকোবে পত্ৰ লিখে
-
৬৬ খ্ৰীষ্টাব্দ যিহূদীসকলে ৰোমান শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে
-
৭০ খ্ৰীষ্টাব্দ (প্ৰায় ১,৯৩০ বছৰৰ পূৰ্ব্বে) ৰোমান সৈনিকসকলে যিৰূচালেম আৰু ইয়াৰ মন্দিৰ ধ্বংস কৰে
-
প্ৰায় ৯৬ খ্ৰীষ্টাব্দ (প্ৰায় ১,৯১০ বছৰৰ পূৰ্ব্বে) যোহনে প্ৰকাশিত বাক্য কিতাপ লিখে
-
প্ৰায় ১০০ খ্ৰীষ্টাব্দ পাঁচনি যোহনৰ মৃত্যু হয়