Skip to content

খণ্ড ১

জগতলৈ সত্য পোহৰ আহে

জগতলৈ সত্য পোহৰ আহে

আৰম্ভণিতে বাক্য ঈশ্বৰৰ লগত আছিল আৰু বাক্য এজন ঈশ্বৰ আছিল (যীচুৰ জীৱন ১ 00:00–00:43)

সকলো বস্তু সৃষ্টি কৰিবলৈ ঈশ্বৰে বাক্যক ব্যৱহাৰ কৰিলে (যীচুৰ জীৱন ১ 00:44–01:00)

বাক্যৰ যোগেদিয়ে জীৱন আৰু পোহৰ আহিল (যীচুৰ জীৱন ১ 01:01–02:11)

আন্ধাৰে পোহৰক নুমুৱাব নোৱাৰিলে (যীচুৰ জীৱন ১ 02:12–03:59)

লূকে থিয়ফিলক ঘটনাবোৰ লিখাৰ কাৰণ জনালে (যীচুৰ জীৱন ১ 04:13–06:02)

গাব্ৰিয়েল স্বৰ্গদূতে যোহন বাপ্তিষ্মা দিওঁতাৰ জন্মৰ বিষয়ে ভৱিষ্যবাণী কৰে (যীচুৰ জীৱন ১ 06:04–13:53)

গাব্ৰিয়েল স্বৰ্গদূতে যীচুৰ জন্মৰ বিষয়ে ভৱিষ্যবাণী কৰে (যীচুৰ জীৱন ১ 13:52–18:26)

মৰিয়মে তেওঁৰ সম্বন্ধীয় এলিচাবেতক লগ কৰিবলৈ যায় (যীচুৰ জীৱন ১ 18:27–21:15)

মৰিয়মে যিহোৱাৰ প্ৰশংসা কৰে (যীচুৰ জীৱন ১ 21:14–24:00)

যোহনৰ জন্ম আৰু নামকৰণ (যীচুৰ জীৱন ১ 24:01–27:17)

জখৰিয়াৰ ভৱিষ্যবাণী (যীচুৰ জীৱন ১ 27:15–30:56)

মৰিয়ম পবিত্ৰ শক্তিৰে গৰ্ভৱতী হয়; যোচেফে কি কৰে (যীচুৰ জীৱন ১ 30:58–35:29)

যোচেফ আৰু মৰিয়মে বৈৎলেহমলৈ যাত্ৰা কৰে; যীচুৰ জন্ম (যীচুৰ জীৱন ১ 35:30–39:53)

স্বৰ্গদূতসকলে পথাৰত থকা ভেড়া ৰখীয়াসকলক দেখা দিয়ে (যীচুৰ জীৱন ১ 39:54–41:40)

ভেড়া ৰখীয়াসকলে দানাপাত্ৰৰ ওচৰলৈ যায় (যীচুৰ জীৱন ১ 41:41–43:53)

যীচুক মন্দিৰত যিহোৱাৰ আগত উপস্থিত কৰা হয় (যীচুৰ জীৱন ১ 43:56–45:02)

চিমিয়োনে খ্ৰীষ্টক চোৱা আশীৰ্বাদ লাভ কৰিলে (যীচুৰ জীৱন ১ 45:04–48:50)

হান্নাই লʼৰাটিৰ বিষয়ে জনাই (যীচুৰ জীৱন ১ 48:52–50:21)

জ্যোতিষীসকলৰ যাত্ৰা আৰু হেৰোদে হত্যা কৰাৰ ষড়যন্ত্ৰ (যীচুৰ জীৱন ১ 50:25–55:52)

যোচেফে মৰিয়ম আৰু যীচুক লৈ মিচৰ দেশলৈ পলাই যায় (যীচুৰ জীৱন ১ 55:53–57:34)

হেৰোদে বৈৎলেহম আৰু তাৰ আশে-পাশে থকা সকলো সৰু লʼৰাক হত্যা কৰোৱাই (যীচুৰ জীৱন ১ 57:35–59:32)

যীচুৰ পৰিয়ালে নাচৰতত থাকিবলৈ ধৰিলে (যীচুৰ জীৱন ১ 59:34–1:03:55)

মন্দিৰত ১২ বছৰীয়া যীচু (যীচুৰ জীৱন ১ 1:04:00–1:09:40)

যীচুৱে নিজৰ মা-দেউতাৰ লগত নাচৰতলৈ উভতি আহিল (যীচুৰ জীৱন ১ 1:09:41–1:10:27)

সত্যৰ পোহৰ অতি সোনকালে এই জগতত আহিবলগীয়া আছিল (যীচুৰ জীৱন ১ 1:10:28–1:10:55)