২০১৭-২০১৮ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত

শাখা সন্মিলনৰ বাবে প্ৰস্তুত কৰা কাৰ্য্যক্ৰমখন চাওক। ইয়াত চাৰ্কিট ওভাৰচিয়াৰে আগবঢ়াবলগীয়া তিনিটা ভাষণৰ বিষয় উল্লেখ আছে।

সৎকৰ্ম্ম কৰাত আশা এৰি নিদিব!

সৎকৰ্ম্ম কৰিবলৈ কিয় সহজ নহয়, কিন্তু কিহে আমাক এই ক্ষেত্ৰত সফল হ’বলৈ সহায় কৰিব?

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক

কাৰ্য্যক্ৰমৰ সময়ছোৱাত এই প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰা হ’ব।