Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক
  1. ১. সৎকৰ্ম্ম কৰিবলৈ কিয় সহজ নহয়? (১ পিত. ৫:৮; ৰোম. ১২:২; ৰোম. ৭:২১-২৫)

  2. ২. শৰীৰৰ বাবে সিঁচাৰ অৰ্থ কি আৰু আমি এনে কৰাৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ? (গালা. ৬:৮)

  3. ৩. আমি কাৰ বাবে “হিতজনক কৰ্ম্ম” কৰা উচিত? (গালা. ৬:১০)

  4. ৪. আমি আত্মাৰ বাবে কেনেকৈ সিঁচিব পাৰোঁ? (গালা. ৬:৮)

  5. ৫. যদি আমি ক্লান্ত নহওঁ, তেনেহ’লে কি দাবলৈ সক্ষম হ’ম? (গালা. ৬:৯)