Skip to content

Skip to table of contents

সৎকৰ্ম্ম কৰাত আশা এৰি নিদিব!

সৎকৰ্ম্ম কৰাত আশা এৰি নিদিব!

ৰাতিপুৱাৰ কাৰ্য্যক্ৰম

  • ৯:৩০ সংগীত

  • ৯:৪০ গীতৰ সংখ্যা ৭৭ আৰু প্ৰাৰ্থনা

  • ৯:৫০ সৎকৰ্ম্ম কৰিবলৈ কিয় সহজ নহয়?

  • ১০:০৫ পৰিচৰ্চ্চা: শৰীৰৰ বাবে নিসিঁচিব

    • বুদ্ধিমত্তাৰে চ’চিয়েল মিডিয়া ব্যৱহাৰ কৰক

    • হিতকৰ মনোৰঞ্জন নিৰ্ব্বাচন কৰক

    • ঈৰ্ষা ভাৱনাক নিয়ন্ত্ৰণ কৰক

    • সুৰক্ষিত ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰক

  • ১১:০৫ গীতৰ সংখ্যা ৪৫ আৰু ঘোষণা

  • ১১:১৫ সকলোৰে বাবে হিতজনক কৰ্ম্ম কৰক

  • ১১:৩০ সমৰ্পণ

  • ১২:০০ গীতৰ সংখ্যা ৬৩

আবেলিৰ কাৰ্য্যক্ৰম

  • ১:১০ সংগীত

  • ১:২০ গীতৰ সংখ্যা ১২৭ আৰু প্ৰাৰ্থনা

  • ১:৩০ জনসাধাৰণৰ বাবে ভাষণ: ঈশ্বৰক ঠাট্টা কৰা উচিত নহয়—ইয়াৰ অৰ্থ কি?

  • ২:০০ প্ৰহৰীবুৰুজৰ সাৰাংশ

  • ২:৩০ গীতৰ সংখ্যা ৫৯ আৰু ঘোষণা

  • ২:৪০ পৰিচৰ্চ্চা: আত্মাৰ বাবে সিঁচক

    • অধ্যয়ন কৰাৰ বাবে অভ্যাস কৰক

    • নিজৰ জীৱনত বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰক

    • “তোমাৰ হাত কোঁচাই নাৰাখিবা”

  • ৩:৪০ যদি আমি ক্লান্ত নহওঁ, তেনেহ’লে কি দাবলৈ সক্ষম হ’ম

  • ৪:১৫ গীতৰ সংখ্যা ১২৬ আৰু প্ৰাৰ্থনা