২০১৭-২০১৮ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—শাখা কাৰ্য্যালয়ৰ প্ৰতিনিধিৰ লগত

শাখা সন্মিলনৰ বাবে প্ৰস্তুত কৰা কাৰ্য্যক্ৰমখন চাওক। ইয়াত শাখা কাৰ্য্যালয়ৰ প্ৰতিনিধিয়ে আগবঢ়াবলগীয়া ভাষণবোৰৰ বিষয় উল্লেখ আছে।

খ্ৰীষ্টৰ বিধান পালন কৰাত আশা এৰি নিদিব!

খ্ৰীষ্টৰ বিধান কি আৰু আমি ইয়াক কেনেকৈ পালন কৰিম, এই কাৰ্য্যক্ৰমে বৰ্ণনা কৰিব।

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক

কাৰ্য্যক্ৰমৰ সময়ছোৱাত এই প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰা হ’ব।