Skip to content

Skip to table of contents

খ্ৰীষ্টৰ বিধান পালন কৰাত আশা এৰি নিদিব!

খ্ৰীষ্টৰ বিধান পালন কৰাত আশা এৰি নিদিব!

ৰাতিপুৱাৰ কাৰ্য্যক্ৰম

  • ৯:৪০ সংগীত

  • ৯:৫০ গীতৰ সংখ্যা ১৭ আৰু প্ৰাৰ্থনা

  • ১০:০০ খ্ৰীষ্টৰ বিধান কি?

  • ১০:১৫ খ্ৰীষ্টৰ বিধান পালন কৰক—কোনেও নেদেখাৰ সময়ত

  • ১০:৩০ খ্ৰীষ্টৰ বিধান পালন কৰক—ঘোষণা কাৰ্য্য কৰাৰ সময়ত

  • ১০:৫৫ গীতৰ সংখ্যা ৭০ আৰু ঘোষণা

  • ১১:০৫ খ্ৰীষ্টৰ বিধান—কিয় সকলোতকৈ শ্ৰেষ্ঠ?

  • ১১:৩৫ সমৰ্পণ

  • ১২:০৫ গীতৰ সংখ্যা ৫১

আবেলিৰ কাৰ্য্যক্ৰম

  • ১:২০ সংগীত

  • ১:৩০ গীতৰ সংখ্যা ৭৬

  • ১:৩৫ অনুভৱ

  • ১:৪৫ প্ৰহৰীবুৰুজৰ সাৰাংশ

  • ২:১৫ পৰিয়ালত খ্ৰীষ্টৰ বিধান পালন কৰক

  • ২:৩০ স্কুলত খ্ৰীষ্টৰ বিধান পালন কৰক

  • ২:৪৫ গীতৰ সংখ্যা ৩৫ আৰু ঘোষণা

  • ২:৫৫ যীচুৱে যেনেকৈ আপোনাক প্ৰেম কৰে, আপুনিও তেনেকৈ আনক প্ৰেম কৰক

  • ৩:৫৫ গীতৰ সংখ্যা ১৩ আৰু প্ৰাৰ্থনা