Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক
  1. ১. “খ্ৰীষ্টৰ বিধান” কি? (গালা. ৬:২)

  2. ২. কোনেও নেদেখাৰ সময়ত আমি কেনেকৈ খ্ৰীষ্টৰ বিধান পালন কৰিম? (১ কৰি. ১০:৩১)

  3. ৩. ঘোষণা কাৰ্য্য কৰাৰ সময়ত আমি কেনেকৈ খ্ৰীষ্টৰ বিধান পালন কৰিম? (লূক ১৬:১০; মথি ২২:৩৯; পাঁচ. ২০:৩৫)

  4. ৪. খ্ৰীষ্টৰ বিধান, মোচিৰ বিধানতকৈ কিয় শ্ৰেষ্ঠ? (১ পিত. ২:১৬)

  5. ৫. বিবাহিত সংগী আৰু পিতৃ-মাতৃসকলে কেনেকৈ খ্ৰীষ্টৰ বিধান পৰিয়ালত পালন কৰিব পাৰে? (ইফি. ৫:২২, ২৩, ২৫; ইব্ৰী ৫:১৩, ১৪)

  6. ৬. স্কুলত তোমালোকে খ্ৰীষ্টৰ বিধান কেনেকৈ পালন কৰিবা? (গীত. ১:১-৩; যোহ. ১৭:১৪)

  7. ৭. যীচুৱে যেনেকৈ আমাক প্ৰেম কৰিলে, আমি আনক কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ? (গালা. ৬:১-৫, ১০)