Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক
  1. ১. বল আৰু পৰাক্ৰম আমি ক’ৰপৰা লাভ কৰিম? (যিহো. ১:৯; গীত. ৬৮:৩৫)

  2. ২. আমি আমাৰ বিশ্বাস কেনেকৈ দৃঢ় কৰিব পাৰোঁ? (ইব্ৰী ১১:৬)

  3. ৩. যিহোৱা ঈশ্বৰে দিয়া দায়িত্ব পূৰ কৰাত সফল হ’ম বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? (হগ্গ. ২:৪-৯)

  4. ৪. পৰীক্ষাৰ সন্মুখীন হোৱাৰ সময়ত যিহোৱা ঈশ্বৰে আমাক কেনেকৈ শক্তি দান কৰে? (গীত. ১৮:৬, ৩০; কল. ৪:১০, ১১)

  5. ৫. যিহোৱাৰ শাসনক সমৰ্থন কৰিবলৈ কিশোৰ-কিশোৰী আৰু বিবাহ সংগীক কি কথাই সহায় কৰিব? (মথি ২২:৩৭, ৩৯)

  6. ৬. আমি কেনেকৈ “বিশ্বাসত সুস্থিৰ” আৰু “শক্তিমন্ত” হ’ব পাৰোঁ? (১ কৰি. ১৬:১৩; ৰোম. ১৫:৬; ইব্ৰী ৫:১১–৬:২; ১২:১৬, ১৭)