Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক
  1. ১. আমি কিয় সম্পূৰ্ণ বিশ্বাসেৰে সাহসৰ বাবে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ? (গীত. ১৩৮:৩)

  2. ২. প্ৰাচীন সময়ৰ ঈশ্বৰৰ বিশ্বাসী সেৱকসকলৰ দৰে আমি কেনেকৈ সাহসী হ’ব পাৰোঁ? (পাঁচ. ৪:৩১)

  3. ৩. আমি কেনেকৈ সাহসেৰে ঘোষণা কাৰ্য্য কৰিব পাৰোঁ? (১ থিচ. ২:২)

  4. ৪. বিভিন্ন হেঁচাৰ সন্মুখীন হোৱাৰ সময়ত কিহে আমাক সাহসেৰে কাৰ্য্য কৰিবলৈ সহায় কৰে? (১ পিত. ২:২১-২৩)

  5. ৫. আমি সাহসী হ’লে কি পুৰস্কাৰ লাভ কৰিম? (ইব্ৰী ১০:৩৫)