এই প্ৰশ্নবোৰৰ উত্তৰ জানক
১. যিহোৱাৰ প্ৰতি আমি আমাৰ প্ৰেম কেনেকৈ দেখুৱাব পাৰোঁ? (দ্বিতী. ১৩:৩, ৪; ১যোহ. ৫:৩)
২. আমাৰ ভাই-ভনীসকলক আমি কিয় প্ৰেম কৰা উচিত? (১যোহ. ৪:১১, ২০, ২১)
৩. আন লোকসকলৰ প্ৰতি আমি কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ? (লেবী. ১৯:১৮; ইফি. ৫:২৯)
৪. আমি যিহোৱাৰ প্ৰেমৰ উদাহৰণক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (১পিত. ৪:৮; কল. ৩:১৩)
৫. আমি যিকোনো পৰিস্থিতিতে যিহোৱাৰ প্ৰশংসা কেনেকৈ কৰিব পাৰোঁ? (গীত. ১০৪:৩৩; ১৪৬:২, ৫)
৬. সম্পূৰ্ণ হৃদয়েৰে যিহোৱা ঈশ্বৰক প্ৰেম কৰাৰ অৰ্থ কি? (যাত্ৰা. ৩৪:১৪; আমো. ৫:১৫; ৰোম. ১২:১১)