Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

এই প্ৰশ্নবোৰৰ উত্তৰ জানক
  1. ১. প্ৰেম কেনেকৈ জ্ঞানতকৈ উত্তম? (১ কৰি. ৮:১)

  2. ২. প্ৰাচীন সময়ৰ ঈশ্বৰৰ সেৱকসকলৰ দৰে আমিও কেনেকৈ মণ্ডলীৰ ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰোঁ? (ৰোম. ১৩:৮)

  3. ৩. প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলৰ বাবে আমি কেনেকৈ আমাৰ সময় আৰু শক্তি ব্যৱহাৰ কৰিব পাৰোঁ? (১ থিচ. ২:৭, ৮)

  4. ৪. আমাৰ খ্ৰীষ্টান ভ্ৰাতৃত্বপ্ৰেমৰ একতাক কেনেকৈ দৃঢ় কৰিব পাৰোঁ? (ইফি. ৪:১-৩, ১১-১৬; ১ থিচ. ৫:১১)

  5. ৫. সকলো কৰ্ম্ম আমি কেনেকৈ প্ৰেমেৰে কৰিব পাৰোঁ? (১ কৰি. ১৬:১৪)