Skip to content

Skip to table of contents

“প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে”

“প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে”

১ কৰিন্থীয়া ৮:১

ৰাতিপুৱাৰ কাৰ্য্যক্ৰম

  • ৯:৩০ সংগীত

  • ৯:৪০ গীতৰ সংখ্যা ৯০ আৰু প্ৰাৰ্থনা

  • ৯:৫০ “জ্ঞানে অহঙ্কাৰ জন্মায়, কিন্তু প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে”

  • ১০:০৫ পৰিচৰ্চ্চা: তেওঁলোকে আনক উৎসাহিত কৰে

    • বাৰ্ণব্বা

    • পৌল

    • দৰ্কা

  • ১১:০৫ গীতৰ সংখ্যা ৭৯ আৰু ঘোষণা

  • ১১:১৫ প্ৰচাৰ কাৰ্য্যত শুভবাৰ্ত্তা জনোৱাৰ লগতে আৰু কিবা কৰাৰ প্ৰয়োজন আছে

  • ১১:৩০ সমৰ্পণৰ ভাষণ

  • ১২:০০ গীতৰ সংখ্যা ৫২

আবেলিৰ কাৰ্য্যক্ৰম

  • ১:১০ সংগীত

  • ১:২০ গীতৰ সংখ্যা ১০৭ আৰু প্ৰাৰ্থনা

  • ১:৩০ জনসাধাৰণৰ বাবে ভাষণ: প্ৰকৃত প্ৰেমে কেনেকৈ সত্যতাক বজাই ৰাখে?

  • ২:০০ প্ৰহৰীবুৰুজৰ সাৰাংশ

  • ২:৩০ গীতৰ সংখ্যা ১০১ আৰু ঘোষণা

  • ২:৪০ পৰিচৰ্চ্চা: মণ্ডলীৰ একতাক সমৰ্থন কৰক

    • বাইবেলৰ সত্যতাক প্ৰেম কৰক

    • ঈশ্বৰৰ আজ্ঞা পালন কৰাই বুদ্ধিমানৰ কাম বুলি প্ৰমাণ কৰক

    • ভাই-ভনীসকলক উৎসাহিত কৰক

  • ৩:৪০ “তোমালোকৰ সকলো কৰ্ম্ম প্ৰেমেৰে কৰা হওক”

  • ৪:১৫ গীতৰ সংখ্যা ১০৫ আৰু প্ৰাৰ্থনা