২০১৯ চনৰ অধিৱেশনৰ কাৰ্য্যক্ৰম

২০১৯ চনৰ যিহোৱাৰ সাক্ষীসকলৰ “প্ৰেম কেতিয়াও লুপ্ত নহব”! অধিৱেশনৰ কাৰ্য্যক্ৰম।

শুক্ৰবাৰ

শুক্ৰবাৰৰ কাৰ্য্যক্ৰমৰ আধাৰ হৈছে ১ থিচলনীকীয়া ৪:৯—“পৰস্পৰ প্ৰেম কৰিবলৈ ঈশ্বৰৰ শিক্ষিত লোক”

শনিবাৰ

শনিবাৰৰ কাৰ্য্যক্ৰমৰ আধাৰ হৈছে ইফিচীয়া ৫:২—“প্ৰেম আচৰণ কৰা।”

দেওবাৰ

দেওবাৰৰ কাৰ্য্যক্ৰমৰ আধাৰ হৈছে যিহূদা ২০—“ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা।”

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে জানিবলগীয়া সূচনা।