শনিবাৰ
“প্ৰেম আচৰণ কৰা”—ইফিচীয়া ৫:২
ৰাতিপুৱা
-
৯:২০ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি
-
৯:৩০ গীতৰ সংখ্যা ৮৫ আৰু প্ৰাৰ্থনা
-
৯:৪০ পৰিচৰ্চ্চা: মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক
-
দায়িত্বত থকা লোকসকলক (১ থিচলনীকীয়া ৫:১২, ১৩)
-
বিধৱা আৰু পিতৃহীনসকলক (যাকোব ১:২৭)
-
বৃদ্ধ লোকসকলক (লেবীয়া পুস্তক ১৯:৩২)
-
পূৰ্ণ-সময়ৰ সেৱকসকলক (১ থিচলনীকীয়া ১:৩)
-
আন দেশৰপৰা অহা লোকসকলক (লেবীয়া পুস্তক ১৯:৩৪; ৰোমীয়া ১৫:৭)
-
-
১০:৫০ গীতৰ সংখ্যা ৫৮ আৰু ঘোষণা
-
১১:০০ পৰিচৰ্চ্চা: ঘোষণা কাৰ্য্যত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক
-
যিহোৱাৰ প্ৰতি প্ৰেম দেখুৱাওক (১ যোহন ৫:৩)
-
আপোনাৰ “চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম” কৰক (মথি ২২:৩৯)
-
যিহোৱাৰ বাক্যক প্ৰেম কৰক (গীতমালা ১১৯:৯৭; মথি ১৩:৫২)
-
-
১১:৪৫ যীচুৰপৰা প্ৰেমৰ বিষয়ে শিকক (মথি ১১:২৮-৩০)
-
১২:১৫ গীতৰ সংখ্যা ৫২ আৰু বিৰতি
আবেলি
-
১:৩৫ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি
-
১:৪৫ গীতৰ সংখ্যা ৮৪
-
১:৫০ পৰিচৰ্চ্চা: আমাৰ ভাইসকলে কেনেকৈ নিঃস্বাৰ্থ প্ৰেম দেখুৱাইছে . . .
-
আফ্ৰিকাত (আদিপুস্তক ১৬:১৩)
-
এছিয়াত (পাঁচনিৰ কৰ্ম্ম ২:৪৪)
-
ইউৰোপত (যোহন ৪:৩৫)
-
উত্তৰ আমেৰিকাত (১ কৰিন্থীয়া ৯:২২)
-
ওছেনিয়াত (গীতমালা ৩৫:১৮)
-
দক্ষিণ আমেৰিকা (পাঁচনিৰ কৰ্ম্ম ১:৮)
-
-
২:৫৫ পৰিচৰ্চ্চা: পৰিয়ালত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক
-
নিজৰ পত্নীক প্ৰেম কৰক (ইফিচীয়া ৫:২৮, ২৯)
-
নিজৰ স্বামীক প্ৰেম কৰক (ইফিচীয়া ৫:৩৩; ১ পিতৰ ৩:১-৬)
-
নিজৰ ল’ৰা-ছোৱালীক প্ৰেম কৰক (তীত ২:৪)
-
-
৩:৩৫ গীতৰ সংখ্যা ৩৫ আৰু ঘোষণা
-
৩:৪৫ নাটক: যোচিয়াৰ কাহিনী: যিহোৱাক প্ৰেম কৰা; দুষ্টতাক ঘিণ কৰা—ভাগ ১ (২ বংশাৱলি ৩৩:১০-২৪; ৩৪:১, ২)
-
৪:১৫ প্ৰেম দেখুৱাবলৈ নিজৰ ল’ৰা-ছোৱালীক শিক্ষা দিয়ক (২ তীমথিয় ৩:১৪, ১৫)
-
৪:৫০ গীতৰ সংখ্যা ১৩৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা