Skip to content

Skip to table of contents

শুক্ৰবাৰ

শুক্ৰবাৰ

‘পৰস্পৰে প্ৰেম কৰিবলৈ ঈশ্বৰে শিক্ষা দিয়ে’—১ থিচলনীকীয়া ৪:৯

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ১০৫ আৰু প্ৰাৰ্থনা

  • ৯:৪০ চেয়াৰমেনৰ পৰিচয়: “প্ৰেম কেতিয়াও লুপ্ত নহব”—কেনেকৈ? (ৰোমীয়া ৮:৩৮, ৩৯; ১ কৰিন্থীয়া ১৩:১-৩, ৮, ১৩)

  • ১০:১৫ পৰিচৰ্চ্চা: প্ৰকৃত সফলতা দিব নোৱাৰা বস্তুবোৰৰপৰা সাৱধান হওক!

  • ১১:০৫ গীতৰ সংখ্যা ৪০ আৰু ঘোষণা

  • ১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: যিহোৱা ঈশ্বৰে আনুগত্য প্ৰেম দেখুৱায় (আদিপুস্তক ৩৭:১-৩৬; ৩৯:১–৪৭:১২)

  • ১১:৪৫ যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰক প্ৰেম কৰা লোকসকলক প্ৰেম কৰে (মথি ২৫:৪০; যোহন ১৪:২১; ১৬:২৭)

  • ১২:১৫ গীতৰ সংখ্যা ২০ আৰু বিৰতি

আবেলি

  • ১:২৫ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি

  • ১:৩৫ গীতৰ সংখ্যা ১০৭

  • ১:৪০ পৰিচৰ্চ্চা: প্ৰেম কেতিয়াও লুপ্ত নহব . . .

  • ২:৫০ গীতৰ সংখ্যা ১৪১ আৰু ঘোষণা

  • ৩:০০ পৰিচৰ্চ্চা: সৃষ্টিয়ে যিহোৱাৰ প্ৰেম প্ৰকাশ কৰে

    • আকাশ-মণ্ডল (গীতমালা ৮:৩, ৪; ৩৩:৬)

    • পৃথিৱী (গীতমালা ৩৭:২৯; ১১৫:১৬)

    • গছ-গছনি (আদিপুস্তক ১:১১, ২৯; ২:৯, ১৫; পাঁচনিৰ কৰ্ম্ম ১৪:১৬, ১৭)

    • জীৱ-জন্তু (আদিপুস্তক ১:২৭; মথি ৬:২৬)

    • মানৱ শৰীৰ (গীতমালা ১৩৯:১৪; উপদেশক ৩:১১)

  • ৩:৫৫ “প্ৰভুৱে [যিহোৱাই] যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে” (ইব্ৰী ১২:৫-১১; গীতমালা ১৯:৭, ৮, ১১)

  • ৪:১৫ “প্ৰেমক পিন্ধা” (কলচীয়া ৩:১২-১৪)

  • ৪:৫০ গীতৰ সংখ্যা ১৩০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা