Skip to content

Skip to table of contents

শনিবাৰ

শনিবাৰ

“তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচাৰোঁতাবিলাকৰ চিত্তে আনন্দ কৰক”—গীতমালা ১০৫:৩

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ৫৩ আৰু প্ৰাৰ্থনা

  • ৯:৪০ পৰিচৰ্চ্চা: শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক ​—নিজৰ দক্ষতা উন্নতি কৰক

  • ১০:৫০ গীতৰ সংখ্যা ৫৮ আৰু ঘোষণা

  • ১১:০০ পৰিচৰ্চ্চা: শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক ​—যিহোৱাৰ সহায় গ্ৰহণ কৰক

  • ১১:৪৫ বহুতো আনন্দ কঢ়িয়াই অনা পদক্ষেপ (হিতোপদেশ ১১:২৪; প্ৰকাশিত বাক্য ৪:১১)

  • ১২:১৫ গীতৰ সংখ্যা ৭৯ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীতৰ সংখ্যা ৭৬

  • ১:৫০ আমাৰ ভাই-ভনীসকলে শিষ্য বনোৱা কাৰ্য্যত কেনেকৈ আনন্দ লাভ কৰিছে . . .

    • • আফ্ৰিকাত

    • • এছিয়াত

    • • ইউৰোপত

    • • উত্তৰ আমেৰিকাত

    • • ওছেনিয়াত

    • • দক্ষিণ আমেৰিকাত

  • ২:৩৫ পৰিচৰ্চ্চা: নিজৰ বাইবেল বিদ্যাৰ্থীক . . .

    • • অধ্যয়ন কৰিবলৈ শিকাওক (মথি ৫:৩; যোহন ১৩:১৭)

    • • সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক (গীতমালা ৬৫:৪)

    • • বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক (হিতোপদেশ ১৩:২০)

    • • বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক (ইফিচীয়া ৪:​২২-২৪)

    • • যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক (১ যোহন ৪:​৮, ১৯)

  • ৩:৩০ গীতৰ সংখ্যা ১১০ আৰু ঘোষণা

  • ৩:৪০ নাটক: নহিমিয়া: “যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”​—ভাগ ১ (মহিমিয়া ১:১–৬:১৯)

  • ৪:১৫ শিষ্য বনোৱা কাৰ্য্যত এনে দক্ষতা উন্নতি কৰক, যি নতুন পৃথিৱীত ব্যৱহাৰ কৰিব পাৰি (যিচয়া ১১:৯; পাঁচনিৰ কৰ্ম্ম ২৪:১৫)

  • ৪:৫০ গীতৰ সংখ্যা ১৪০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা