শুক্ৰবাৰ
“প্ৰভুত সদায় আনন্দ কৰা; পুনৰায় কওঁ, আনন্দ কৰা”—ফিলিপীয়া ৪:৪
ৰাতিপুৱা
-
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
-
৯:৩০ গীতৰ সংখ্যা ১১১ আৰু প্ৰাৰ্থনা
-
৯:৪০ চেয়াৰমেনৰ পৰিচয়: যিহোৱা কিয় ‘পৰম-ধন্য ঈশ্বৰ’ (১ তীমথিয় ১:১১)
-
১০:১৫ পৰিচৰ্চ্চা: আমি কি কথাৰপৰা আনন্দিত হʼব পাৰোঁ?
-
• সৰল জীৱন-যাপন (উপদেশক ৫:১২)
-
• শুদ্ধ বিবেক (গীতমালা ১৯:৮)
-
• অৰ্থপূৰ্ণ কাৰ্য্য (উপদেশক ৪:৬; ১ কৰিন্থীয়া ১৫:৫৮)
-
• প্ৰকৃত বন্ধু (হিতোপদেশ ১৮:২৪; ১৯:৪, ৬, ৭)
-
-
১১:০৫ গীতৰ সংখ্যা ৮৯ আৰু ঘোষণা
-
১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: “যিহোৱাই তেওঁবিলাকক আনন্দিত কৰিছিল” (ইজ্ৰা ১:১–৬:২২; হগ্গয় ১:২-১১; ২:৩-৯; জখৰিয়া ১:১২-১৬; ২:৭-৯; ৩:১, ২; ৪:৬, ৭)
-
১১:৪৫ যিহোৱাৰ পৰিত্ৰাণৰ কাৰ্য্যত আনন্দ কৰা (গীতমালা ৯:১৪; ৩৪:১৯; ৬৭:১, ২; যিচয়া ১২:২)
-
১২:১৫ গীতৰ সংখ্যা ১৪৮ আৰু বিৰতি
আবেলি
-
১:৩০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
-
১:৪০ গীতৰ সংখ্যা ১৩১
-
১:৪৫ পৰিচৰ্চ্চা: নিজৰ পৰিয়াল আনন্দপূৰ্ণ কৰি তোলক
-
• স্বামীসকল, নিজৰ পত্নীৰ লগত আনন্দ কৰা (হিতোপদেশ ৫:১৮, ১৯; ১ পিতৰ ৩:৭)
-
• পত্নীসকল, নিজৰ স্বামীৰ লগত আনন্দ কৰা (হিতোপদেশ ১৪:১)
-
• পিতৃ-মাতৃসকল, নিজৰ ল’ৰা-ছোৱালীৰ সৈতে আনন্দ কৰা (হিতোপদেশ ২৩:২৪, ২৫)
-
• ল’ৰা-ছোৱালীসকল, নিজৰ পিতৃ-মাতৃৰ লগত আনন্দ কৰা (হিতোপদেশ ২৩:২২)
-
-
২:৫০ গীতৰ সংখ্যা ১৩৫ আৰু ঘোষণা
-
৩:০০ পৰিচৰ্চ্চা: সৃষ্টিৰপৰা বুজিব পাৰি যে আমি আনন্দত থকাটো যিহোৱাই বিচাৰে
-
• সুন্দৰ ফুল (গীতমালা ১১১:২; মথি ৬:২৮-৩০)
-
• সোৱাদ লগা আহাৰ (হিতোপদেশ ৩:১২, ১৩; মথি ৪:৪)
-
• ধুনীয়া ৰং (গীতমালা ৯৪:৯)
-
• আমাৰ শৰীৰৰ সুন্দৰ গঠন (পাঁচনিৰ কৰ্ম্ম ১৭:২৮; ইফিচীয়া ৪:১৬)
-
• শুৱলা শব্দ (হিতোপদেশ ২০:১২; যিচয়া ৩০:২১)
-
• অদ্ভুদ জীৱ-জন্তু (আদিপুস্তক ১:২৬)
-
-
৪:০০ ‘শান্তিৰ পৰামৰ্শ দিওঁতাবিলাক কিয় আনন্দিত হয়’? (হিতোপদেশ ১২:২০; যাকোব ৩:১৩-১৮; ১ পিতৰ ৩:১০, ১১)
-
৪:২০ যিহোৱাৰ লগত থকা ঘনিষ্ঠ বন্ধুত্বই প্ৰকৃত আনন্দ কঢ়িয়াই আনে! (গীতমালা ২৫:১৪; হবক্কুক ৩:১৭, ১৮)
-
৪:৫৫ গীতৰ সংখ্যা ২৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা