Skip to content

Skip to table of contents

আপোনাৰ বিশ্বাস দৃঢ় কৰক!

আপোনাৰ বিশ্বাস দৃঢ় কৰক!

ইব্ৰী ১০:৩৯

ৰাতিপুৱা

  • ৯:৪০ সংগীত

  • ৯:৫০ গীতৰ সংখ্যা ১১৯ আৰু প্ৰাৰ্থনা

  • ১০:০০ বৰ্তমান সময়ত নিজৰ বিশ্বাস কিয় দৃঢ় কৰাৰ প্ৰয়োজন?

  • ১০:১৫ আপুনি “অদৃশ্য জনাক” দেখা পাইছেনে?

  • ১০:৩০ “শ্ৰৱণৰ দ্বাৰাই বিশ্বাস”

  • ১০:৫৫ গীতৰ সংখ্যা ১০৪ আৰু ঘোষণা

  • ১১:০৫ “বিশ্বাস . . . আত্মাৰ ফল”

  • ১১:৩৫ সমৰ্পণৰ ভাষণ

  • ১২:০৫ গীতৰ সংখ্যা ৫০

আবেলি

  • ১:২০ সংগীত

  • ১:৩০ গীতৰ সংখ্যা ৩

  • ১:৩৫ অনুভৱ

  • ১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ

  • ২:১৫ পৰিচৰ্চ্চা: বিশ্বাস দৃঢ় কৰিবলৈ আনক সহায় কৰক

    • • কিশোৰ-কিশোৰীসকলক

    • • বাইবেল বিদ্যাৰ্থীসকলক

    • • খ্ৰীষ্টান ভাই-ভনীসকলক

  • ৩:০০ গীতৰ সংখ্যা ৩৮ আৰু ঘোষণা

  • ৩:১০ ‘আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তালৈ চাই থাকক’

  • ৩:৫৫ গীতৰ সংখ্যা ১২৬ আৰু প্ৰাৰ্থনা