Skip to content

Skip to table of contents

‘ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক’!

‘ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক’!

যোহন ১৪:১

ৰাতিপুৱা

  • ৯:৩০ সংগীত

  • ৯:৪০ গীতৰ সংখ্যা ১১৮ আৰু প্ৰাৰ্থনা

  • ৯:৫০ ‘ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক’!—কিয় আৰু কেনেকৈ?

  • ১০:০৫ পৰিচৰ্চ্চা: ঈশ্বৰক বিশ্বাস কৰা লোকসকলক অনুকৰণ কৰক

    • • ইচহাক আৰু ৰিবেকা

    • • ইষ্টেৰ

    • • তীমথিয়

  • ১১:০৫ গীতৰ সংখ্যা ৬০ আৰু ঘোষণা

  • ১১:১৫ ‘আমি বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ’

  • ১১:৩০ সমৰ্পণৰ ভাষণ

  • ১২:০০ গীতৰ সংখ্যা ৫২

আবেলি

  • ১:১০ সংগীত

  • ১:২০ গীতৰ সংখ্যা ৯ আৰু প্ৰাৰ্থনা

  • ১:৩০ জনসাধাৰণৰ বাবে ভাষণ: “মিছা নোকোৱা” ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক

  • ২:০০ প্ৰহৰীদুৰ্গৰ সাৰাংশ

  • ২:৩০ গীতৰ সংখ্যা ৫৪ আৰু ঘোষণা

  • ২:৪০ পৰিচৰ্চ্চা: প্ৰতিদিনে ‘বিশ্বাসত চলক’

    • • ‘চিন্তা নকৰিব’

    • • নিজৰ সময়ক ভালদৰে ব্যৱহাৰ কৰক

    • • জগতৰপৰা পৃথকে থাকক

  • ৩:৪০ ‘যিহোৱাই তেওঁৰ লোকসকলক জানে’

  • ৪:১৫ গীতৰ সংখ্যা ৭ আৰু প্ৰাৰ্থনা