Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

এই প্ৰশ্নবোৰৰ উত্তৰ জানক
  1. ১. ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিলে আমাৰ কি লাভ হʼব? (যোহ. ৩:১৬)

  2. ২. আমি কেনেকৈ ইচহাক, ৰিবেকা, ইষ্টেৰ আৰু তীমথিয়ৰ দৰে বিশ্বাস ৰাখিব পাৰোঁ? (উপ. ৪:১১, ১২; গীত. ১১৯:৪৬; ২ তীম. ১:৩)

  3. ৩. সমস্যাৰ সত্ত্বেও প্ৰচাৰ কৰি থাকিবলৈ কি কথাই আমাক উৎসাহিত কৰিব? (২ কৰি. ৪:১৩)

  4. ৪. আমি প্ৰতিদিনে ‘বিশ্বাসত’ কেনেকৈ চলিব পাৰোঁ? (২ কৰি. ৫:৭)

  5. ৫. যিহোৱাই আমাক কেনেকৈ জানে? (২ তীম. ২:১৯; যাকো. ৪:৬; ২ কৰি. ১৩:৫)