Skip to content

Skip to table of contents

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

বাপ্তিষ্মা শনিবাৰৰ ৰাতিপুৱাৰ কাৰ্য্যক্ৰমৰ পাছত বাপ্তিষ্মাৰ বাবে ব্যৱস্থা কৰা হৈছে। আপোনাৰ মণ্ডলীৰ প্ৰাচীনে আপোনাৰ এলেকাৰ পৰিস্থিতিৰ অনুসৰি ইয়াৰ ব্যৱস্থা কৰিছে।

দান-বৰঙণি এই অধিৱেশনৰ কাৰ্য্যক্ৰম ৪০০তকৈ বেছি ভাষাত অনুবাদ কৰা হৈছে। আপোনালোকৰ দানৰ যোগেদি গোটেই বিশ্বজুৰিত আমাৰ কাম ভালদৰে হৈছে। আপুনি donate.pr418.com-ৰ যোগেদি অনলাইন দান কৰিব পাৰে। আপোনালোকে দিয়া দানৰ বাবে আমি আপোনালোকক হৃদয়ৰপৰা ধন্যবাদ দিছোঁ। ৰাজ্যৰ কাম আগবঢ়াবলৈ আপোনালোকে উদাৰ মনেৰে দিয়া দানৰ বাবে প্ৰশাসন গোষ্ঠীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

ৰাজ্য প্ৰচাৰকসকলৰ বাবে স্কুল যিসকল অগ্ৰগামীৰ বয়স ২৩-ৰপৰা ৬৫-ৰ ভিতৰত আৰু যিজনে নিজৰ ঘোষণা কাৰ্য্য বৃদ্ধি কৰিবলৈ ইচ্ছা কৰে, তেওঁলোকে মণ্ডলীৰ চেক্ৰেটেৰিৰ লগত যোগাযোগ কৰি ৰাজ্য প্ৰচাৰকসকলৰ বাবে স্কুলত উপস্থিত হʼবলৈ অনলাইন ফৰ্মখন পূৰ কৰিব পাৰে।

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ দ্বাৰা ব্যৱস্থা কৰা হয়

© 2021 Watch Tower Bible and Tract Society of Pennsylvania