দেওবাৰ
‘যদি বিশ্বাস কৰা, তেন্তে সকলোকে পাবা’—মথি ২১:২১, ২২
ৰাতিপুৱা
-
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
-
৯:৩০ গীতৰ সংখ্যা ১৩৭ আৰু প্ৰাৰ্থনা
-
৯:৪০ পৰিচৰ্চ্চা: দৃঢ় বিশ্বাস থকা তিৰোতাসকলৰ দৰে হওক!
-
• চাৰা (ইব্ৰী ১১:১১, ১২)
-
• ৰাহব (ইব্ৰী ১১:৩১)
-
• হান্না (১ চমূৱেল ১:১০, ১১)
-
• এজনী সৰু ইস্ৰায়েলী ছোৱালী (২ ৰাজাৱলি ৫:১-৩)
-
• যীচুৰ মাতৃ মৰিয়ম (লূক ১:২৭-৩৩, ৩৮)
-
• এগৰাকী কনানীয়া তিৰোতা (মথি ১৫:২৮)
-
• মাৰ্থা (যোহন ১১:২১-২৪)
-
• বৰ্তমান সময়ৰ ভনীসকল (গীতমালা ৩৭:২৫; ১১৯:৯৭, ৯৮)
-
-
১১:০৫ গীতৰ সংখ্যা ১৪২ আৰু ঘোষণা
-
১১:১৫ জন ভাষণ: ‘ৰাজ্যৰ শুভবাৰ্ত্তাত বিশ্বাস কৰক’ (মাৰ্ক ১:১৪, ১৫; মথি ৯:৩৫; লূক ৮:১)
-
১১:৪৫ গীতৰ সংখ্যা ২২ আৰু বিৰতি
আবেলি
-
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
-
১:৪৫ গীতৰ সংখ্যা ১২৬
-
১:৫০ নাটক: দানিয়েল—জীৱনজুৰি বিশ্বাসৰ এক ভাল উদাহৰণ—ভাগ ২ (দানিয়েল ৫:১–৬:২৮; ১০:১–১২:১৩)
-
২:৪০ গীতৰ সংখ্যা ১৫০ আৰু ঘোষণা
-
২:৪৫ বিশ্বাসে আপোনাক বলৱন্ত কৰে! (দানিয়েল ১০:১৮, ১৯; ৰোমীয়া ৪:১৭-২১)
-
৩:৪৫ ভিডিঅʼ গীত আৰু সমাপ্তিৰ প্ৰাৰ্থনা