শনিবাৰ
‘বিশ্বাসৰ পক্ষে সংঘৰ্ষ কৰক’—যিহূদা ৩
ৰাতিপুৱা
-
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
-
৯:৩০ গীতৰ সংখ্যা ৫৭ আৰু প্ৰাৰ্থনা
-
৯:৪০ পৰিচৰ্চ্চা: মনত ৰাখক—যিকোনো লোকে সত্য গ্ৰহণ কৰিব পাৰে
-
• নীনবিৰ লোক (যোনা ৩:৫)
-
• যীচুৰ ভাইসকল (১ কৰিন্থীয়া ১৫:৭)
-
• উচ্চ পদত থকা লোক (ফিলিপীয়া ৩:৭, ৮)
-
• ঈশ্বৰক বিশ্বাস নকৰা লোক (ৰোমীয়া ১০:১৩-১৫; ১ কৰিন্থীয়া ৯:২২)
-
-
১০:৩০ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰপৰা লোকসকলৰ বিশ্বাস বঢ়াওক (যোহন ১৭:৩)
-
১০:৫০ গীতৰ সংখ্যা ৬৭ আৰু ঘোষণা
-
১১:০০ পৰিচৰ্চ্চা: তেওঁলোকে বিশ্বাসৰ বাবে মনে-প্ৰাণে সংঘৰ্ষ কৰি আছে . . .
-
• যিসকলৰ জীৱন-সংগী সত্যত নাই (ফিলিপীয়া ৩:১৭)
-
• যিসকলৰ কেৱল পিতৃ বা মাতৃ সত্যত আছে (২ তীমথিয় ১:৩, ৪)
-
• অবিবাহিত ভাই-ভনীসকল (১ কৰিন্থীয়া ১২:২৫)
-
-
১১:৪৫ বাপ্তিষ্মা: বিশ্বাস দৃঢ় কৰি অনন্ত জীৱন লাভ কৰক! (মথি ১৭:২০; যোহন ৩:১৬; ইব্ৰী ১১:৬)
-
১২:১৫ গীতৰ সংখ্যা ৭৯ আৰু বিৰতি
আবেলি
-
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
-
১:৪৫ গীতৰ সংখ্যা ২৪
-
১:৫০ পৰিচৰ্চ্চা: আমাৰ ভাই-ভনীসকলে কেনেকৈ বিশ্বাস দেখুৱাইছে . . .
-
• আফ্ৰিকাত
-
• এছিয়াত
-
• ইউৰোপত
-
• উত্তৰ আমেৰিকাত
-
• ওছেনিয়াত
-
• দক্ষিণ আমেৰিকাত
-
-
২:১৫ পৰিচৰ্চ্চা: বিশ্বাস দৃঢ় কৰাৰ লগতে নিজৰ সেৱা বঢ়াওক
-
• নতুন ভাষা শিকক (১ কৰিন্থীয়া ১৬:৯)
-
• প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ যাওক (ইব্ৰী ১১:৮-১০)
-
• ৰাজ্য প্ৰচাৰকৰ স্কুললৈ যাওক (১ কৰিন্থীয়া ৪:১৭)
-
• সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক (নহিমিয়া ১:২, ৩; ২:৫)
-
• যিহোৱাৰ কামৰ বাবে অলপ ‘সাঁচি ৰাখক’ (১ কৰিন্থীয়া ১৬:২)
-
-
৩:১৫ গীতৰ সংখ্যা ৮৪ আৰু ঘোষণা
-
৩:২০ নাটক: দানিয়েল—জীৱনজুৰি বিশ্বাসৰ এক ভাল উদাহৰণ—ভাগ ১ (দানিয়েল ১:১–২:৪৯; ৪:১-৩৩)
-
৪:২০ ‘বিশ্বাসৰ পক্ষে সংঘৰ্ষ কৰক’ (যিহূদা ৩; হিতোপদেশ ১৪:১৫; ৰোমীয়া ১৬:১৭)
-
৪:৫৫ গীতৰ সংখ্যা ৩৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা