শুক্ৰবাৰ
‘আমাৰ বিশ্বাস বঢ়াওক’—লূক ১৭:৫
ৰাতিপুৱা
-
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
-
৯:৩০ গীতৰ সংখ্যা ৫ আৰু প্ৰাৰ্থনা
-
৯:৪০ চেয়াৰমেনৰ পৰিচয়: বিশ্বাস কিমান শক্তিশালী? (মথি ১৭:১৯, ২০; ইব্ৰী ১১:১)
-
১০:১০ পৰিচৰ্চ্চা: আমি কিয় বিশ্বাস কৰোঁ . . .
-
• ঈশ্বৰৰ অস্তিত্বৰ ওপৰত (ইফিচীয়া ২:১, ১২; ইব্ৰী ১১:৩)
-
• ঈশ্বৰৰ বাক্যৰ ওপৰত (যিচয়া ৪৬:১০)
-
• ঈশ্বৰৰ নৈতিক মানদণ্ডৰ ওপৰত (যিচয়া ৪৮:১৭)
-
• ঈশ্বৰৰ প্ৰেমৰ ওপৰত (যোহন ৬:৪৪)
-
-
১১:০৫ গীতৰ সংখ্যা ৩৭ আৰু ঘোষণা
-
১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: নোহ—বিশ্বাসৰ বাবে তেওঁ আজ্ঞাকাৰী হৈ থাকিল (আদিপুস্তক ৬:১–৮:২২; ৯:৮-১৬)
-
১১:৪৫ ‘সন্দেহ নকৰি বিশ্বাস কৰক’ (মথি ২১:২১, ২২)
-
১২:১৫ গীতৰ সংখ্যা ১১৮ আৰু বিৰতি
আবেলি
-
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
-
১:৪৫ গীতৰ সংখ্যা ২
-
১:৫০ পৰিচৰ্চ্চা: সৃষ্টিৰ বিষয়ে শিকি নিজৰ বিশ্বাস দৃঢ় কৰক
-
• তৰাবোৰ (যিচয়া ৪০:২৬)
-
• মহাসাগৰ (গীতমালা ৯৩:৪)
-
• অৰণ্য (গীতমালা ৩৭:১০, ১১, ২৯)
-
• বতাহ আৰু পানী (গীতমালা ১৪৭:১৭, ১৮)
-
• সাগৰৰ প্ৰাণীবোৰ (গীতমালা ১০৪:২৭, ২৮)
-
• আমাৰ শৰীৰ (যিচয়া ৩৩:২৪)
-
-
২:৫০ গীতৰ সংখ্যা ১৪৮ আৰু ঘোষণা
-
৩:০০ যিহোৱাৰ শক্তিশালী কামবোৰে আমাৰ বিশ্বাস দৃঢ় কৰে (যিচয়া ৪৩:১০; ইব্ৰী ১১:৩২-৩৫)
-
৩:২০ পৰিচৰ্চ্চা: বিশ্বাসীসকলৰ দৰে হওক, দুষ্টৰ দৰে নহয়
-
• হেবলৰ দৰে হওক, কয়িনৰ দৰে নহয় (ইব্ৰী ১১:৪)
-
• হনোকৰ দৰে হওক, লেমকৰ দৰে নহয় (ইব্ৰী ১১:৫)
-
• নোহৰ দৰে হওক, তেওঁৰ ওচৰ-চুবুৰীয়াৰ দৰে নহয় (ইব্ৰী ১১:৭)
-
• মোচিৰ দৰে হওক, ফৌৰণৰ দৰে নহয় (ইব্ৰী ১১:২৪-২৬)
-
• যীচুৰ শিষ্যসকলৰ দৰে হওক, ফৰীচীসকলৰ দৰে নহয় (পাঁচনিৰ কৰ্ম্ম ৫:২৯)
-
-
৪:১৫ ‘তোমালোক বিশ্বাসত আছা নে নাই, তাক পৰীক্ষা কৰা’—কেনেকৈ? (২ কৰিন্থীয়া ১৩:৫, ১১)
-
৪:৫০ গীতৰ সংখ্যা ১১৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা