Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

এই প্ৰশ্নবোৰৰ উত্তৰ জানক
  1. ১. শান্তিপ্ৰিয় লোকসকল কোন হয়? (লূক ১০:৬)

  2. ২. আমি শান্তিপ্ৰিয় লোকসকলক ঈশ্বৰৰ বন্ধু হʼবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ? (মথি ১০:১১)

  3. ৩. শান্তিপ্ৰিয় লোকসকলক বিচাৰিবলৈ শান্তিৰ শাসকে আমাক কেনেকৈ সহায় কৰে? (যিচ. ৯:৬, ৭; মথি ২৮:২০)

  4. ৪. আমি শান্তিপ্ৰিয় লোক বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (গীত. ১১:৫; ২ তীম. ২:২৪, ২৫; যাকো. ৩:১৭, ১৮)

  5. ৫. শান্তিপ্ৰিয় লোকসকলে কেনেকৈ এজনে-আনজনক সহায় কৰে? (২ কৰি. ৬:১৩)

  6. ৬. ‘সুকৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয়’ কৰিবলৈ আমি কি কৰা উচিত? (ৰোম. ১২:২, ৬, ১০, ১৮)

© 2022 Watch Tower Bible and Tract Society of Pennsylvania

CA-brpgm23-AE