Skip to content

Skip to table of contents

শান্তিপ্ৰিয় লোক

শান্তিপ্ৰিয় লোক

লূক ১০:৬

ৰাতিপুৱা

  • ৯:৪০ সংগীত

  • ৯:৫০ গীতৰ সংখ্যা ৫৮ আৰু প্ৰাৰ্থনা

  • ১০:০০ শান্তিপ্ৰিয় লোকসকল, আপোনালোকক স্বাগতম জনাইছোঁ!

  • ১০:১৫ শান্তিপ্ৰিয় লোকসকলক বিচাৰি থাকক

  • ১০:৩০ শান্তিপ্ৰিয় লোকসকলক বিচাৰি থাকিবলৈ শান্তিৰ শাসকৰ সহায় লওক

  • ১০:৫৫ গীতৰ সংখ্যা ১০৩ আৰু ঘোষণা

  • ১১:০৫ শান্তিপ্ৰিয় লোকসকলে যুদ্ধ কৰিবলৈ নিশিকে

  • ১১:৩৫ সমৰ্পণৰ ভাষণ

  • ১২:০৫ গীতৰ সংখ্যা ৭৯

আবেলি

  • ১:২০ সংগীত

  • ১:৩০ গীতৰ সংখ্যা ৭৬

  • ১:৩৫ অনুভৱ

  • ১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ

  • ২:১৫ পৰিচৰ্চ্চা: শান্তিপ্ৰিয় লোকসকল, এজনে-আনজনক সহায় কৰক

    • • ‘নিজৰ হৃদয় বহল কৰক’

    • • ডেকা ভাই-ভনীসকলক নিজৰ দক্ষতা ভালদৰে ব্যৱহাৰ কৰিবলৈ সহায় কৰক

    • • বৃদ্ধ ভাই-ভনীসকলক সন্মান কৰক

  • ৩:০০ গীতৰ সংখ্যা ৫৭ আৰু ঘোষণা

  • ৩:১০ শান্তিপ্ৰিয় লোকসকলে সুকৰ্মৰ দ্বাৰাই কুকৰ্মক কেনেকৈ পৰাজয় কৰিব পাৰে?

  • ৩:৫৫ গীতৰ সংখ্যা ৪৫ আৰু প্ৰাৰ্থনা