Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

এই প্ৰশ্নবোৰৰ উত্তৰ জানক
  1. ১. যদি আমি যিহোৱাৰ পৰিয়ালৰ ভাগ হোৱাৰ বাবে কৃতজ্ঞ, তেনেহʼলে আমি কি কৰিম? (ইফি. ৪:৩)

  2. ২. আমি লোকসকলক কেনেকৈ হৃদয়েৰে গ্ৰহণ কৰিব পাৰোঁ আৰু এইদৰে আমি কিয় কৰা উচিত? (ৰোম. ১৫:৭)

  3. ৩. বেছিভাগ লোকক যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ? (ইফি. ২:১৭; ৬:১৫)

  4. ৪. আমি কেনেকৈ শান্তি বজাই ৰাখিব পাৰোঁ? (ইফি. ৪:২৯; ৫:১, ২; ৬:১৩)

  5. ৫. আমি ভাই-ভনীসকলৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াব পাৰোঁ? (ইফি. ১:১৫, ১৬)

© 2022 Watch Tower Bible and Tract Society of Pennsylvania

CA-copgm23-AE